--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰত্নশাস্ত্ৰত ৯টা ৰত্ন পোৱা যায়। ইয়াৰে হীৰা এটা অতি মূল্যৱান ৰত্ন। হীৰা পিন্ধিলে শুক্ৰ গ্ৰহ শক্তিশালী হয় আৰু জীৱনত বিলাসিতা, ধন-সম্পত্তি, সুখ, প্ৰেম, সৌন্দৰ্য্যই ভৰি। যিহেতু হীৰা বহুত মূল্যৱান, গতিকে সকলোৱে ইয়াক পিন্ধা সম্ভৱ নহয়। এনে অৱস্থাত হীৰাৰ এটা অতি উত্তম বিকল্প হ’ল মোজোনাইট ৰত্ন। ৰত্নশাস্ত্ৰত হীৰাৰ বাবে অন্য বিকল্প আছে যদিও মোজোনাইটক অধিক গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে।

 ১. হীৰাৰ দৰে ফলাফল দিয়ে-

মজোনাইট ৰত্ন দেখাত হীৰাৰ দৰে হোৱাৰ উপৰি ই অতি ফলপ্ৰসূ ফলাফল দিয়ে। ইয়াক চিনাক্ত কৰাৰ সহজ উপায় হ’ল-যেতিয়াই আপুনি মোজনাইটৰ মাজেৰে চাব সন্মুখৰ সকলোবোৰেই দুটা নিচিনা দেখা পাব। ই হীৰাতকৈ বেছি উজ্জ্বল।

২. Mojonite পিন্ধাৰ উপকাৰিতা

মোজোনাইট পিন্ধিলে ধন-সম্পত্তি লাভ হয়। ব্যক্তিজনৰ জীৱনত সুখ-শান্তিৰ লগতে প্ৰেম আৰু বিবাহিত জীৱন সুখৰ হয়। শিল্প, সংবাদ মাধ্যম, চলচ্চিত্ৰ, অভিনয়, ফেশ্বন ডিজাইনিঙৰ লগত জড়িত এনে লোকৰ বাবে এই ৰত্নই বিশেষ শুভ ফল দিয়ে। বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰিহে এই ৰত্ন ধাৰণ কৰা উচিত। এই ৰত্নই বৃষ আৰু তুলা ৰাশিৰ লোকসকলক অতি উত্তম ফল প্ৰদান কৰে, কাৰণ এই দুটা ৰাশিৰ অধিপতি হৈছে শুক্ৰ। ইয়াৰ উপৰি মিথুন, কন্যা, মকৰ আৰু কুম্ভ ৰাশিত জন্মগ্ৰহণ কৰা লোকসকলেও বিশেষজ্ঞৰ পাৰমৰ্শ অনুসৰি মোজোনাইট পিন্ধিব পাৰে।

 ৩. মোজনাইট কেনেকৈ পিন্ধিব লাগে?

ৰত্নশাস্ত্ৰ অনুসৰি মোজোনাইট কমেও ০.৫০ৰ পৰা ৩ কেৰেট পিন্ধিব লাগে, তেতিয়াহে ই শুভ ফল দিয়ে। প্লেটিনাম সোণ বা সোণৰ ধাতুত পিন্ধিলে ভাল। শুকুৰবাৰে সন্ধিয়া গংগাজল বা কেঁচা গৰুৰ গাখীৰত শুদ্ধ কৰি লক্ষ্মী দেৱীৰ চৰণত মোজোনাইট ৰাখি তাৰ পাছতহে শুক্ৰ মন্ত্ৰ জপ কৰাৰ পাছত পিন্ধিব লাগে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ