--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কথাছবিখনত জুবিন গাৰ্গৰ এটা বিশেষ গীত সন্নিবিষ্ট কৰা হৈছে যিটো গীত চুড়ান্ত বিজয়ী প্ৰতিযোগীয়ে গাবলৈ সুযোগ লাভ কৰিব।

ডিজিটেল ডেস্ক: নতুন অসমীয়া কথাছবি ‘১৮ নৱেম্বৰ’ৰ উদ্যোগত সমগ্ৰ অসমজুৰি আৰম্ভ হৈছে জুবিন গাৰ্গৰ গীতৰ অডিচন যাত্ৰা। উজনিৰ পৰা নামনিলৈ বিস্তৃত এই ব্যতিক্ৰমী যাত্ৰাত সহযোগী হৈছে জুবিন গাৰ্গৰ অনুৰাগী শিল্পীসকলৰ লগতে ‘জুবিন ফেন ক্লাব’।


অডিচনৰ বাবে জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ কৰি দিয়া হৈছে। কথাছবিখনত জুবিন গাৰ্গৰ এটা বিশেষ গীত সন্নিবিষ্ট কৰা হৈছে যিটো গীত চুড়ান্ত বিজয়ী প্ৰতিযোগীয়ে গাবলৈ সুযোগ লাভ কৰিব।


ইয়াৰ অংশস্বৰূপে, আজি বৰপেটা সাহিত্য সভাৰ সভাগৃহত অনুষ্ঠিত অডিচনত প্ৰায় ৩০ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।


কথাছবিখনৰ পৰিচালক মনজিৎ শৰ্মাই জানিবলৈ দিয়া মতে, জুবিন গাৰ্গৰ কালজয়ী গীতসমূহক নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ উদ্দেশ্যৰেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।


অহা ২০ নৱেম্বৰত অসমৰ বিভিন্ন হলত মুক্তি লাভ কৰিব নতুন অসমীয়া কথাছবি ‘১৮ নৱেম্বৰ’।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক