--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা  দশকৰ পিছত, ভাৰতে বিশ্ব জয়ৰ সপোন দেখিছে। মেগা ফাইনেলত অষ্ট্ৰেলিয়া ভাৰতৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান।  আজিৰ এই সুযোগ এৰি দিব বিচৰা নাই ভাৰতে। টীম ইণ্ডিয়াই ৱাৰ্ণাৰ আৰু কামিন্সক পৰাস্ত কৰি ২০০৩ চনৰ প্ৰতিশোধ ল'বলৈ ব্যাকুল হৈ পৰিছে। বিশেষজ্ঞসকলে  ফৰ্মত থকা ৰোহিতকলৈ বহু আশা কৰিছে।  অষ্ট্ৰেলিয়ায়ো সৰ্বশক্তি প্ৰয়োগ কৰি ৰণ জিকাৰ পণ লৈছে।   

 ভাৰতে ছেমি ফাইনেলত খেলাসকলেকেই ফাইনেলতো দলত ৰাখিছে।  অশ্বিনে দলত সুযোগ পোৱা নাপালে। অষ্ট্ৰেলিয়ায়ো ছেমি ফাইনেলৰ দলটোকলৈয়ে খেল পথাৰত নামিছে। 

 অষ্ট্ৰেলিয়াই টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতে প্ৰথমে বেটিং কৰি আছে । খেল খনৰ সকলো শেহতীয়া খবৰৰ বাবে চকু ৰাখিব প্ৰাগ নিউজ ডিজিটেলত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement