--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰসিদ্ধ উৰ্দু সাহিত্যিক ছাদাত হাছান মান্টোৰ কালজয়ী কাহিনী 'লাইচেন্স’ৰ আধাৰত ছীগাল নাট্য গোষ্ঠীয়ে পৰিৱেশন কৰে তেওঁলোকৰ নৱতম প্ৰযোজনা 'অনুজ্ঞাপত্ৰ'৷ নাট্যকৰ্মী, অভিনেতা বিকাশ দাসৰ পৰিচালনাত যোৱা ২৯ অক্টোবৰত মহানগৰীৰ জুৰোডস্থিত ছীগাল থিয়েটাৰৰ প্ৰেক্ষাগৃহত নাটখন মঞ্চস্থ হয়৷ 

নতুন দিল্লীৰ সংগীত নাটক একাডেমীৰ সহযোগিতাত নিৱেদিত নাটখনৰ নাট্যৰূপ বিকাশ দাস আৰু মিনাক্ষী ডেকাৰ৷ নাটখনৰ 'নীতি' নামৰ মূল নাৰী চৰিত্ৰটোত অভিনয় কৰিছে অভিনেত্ৰী তথা কথক নৃত্যাংগনা বি পাল্কীয়ে৷ 'অব্বু' নামৰ মূল পুৰুষ চৰিত্ৰত অভিষেক ভাৰতীয়ে অভিনয় কৰিছে৷ 

অংকিত গোস্বামী, দেৱশংকৰ নাথ, শ্ৰেয়ান শেখৰ শৰ্মা, আকাশ শইকীয়া, আফ্তাব হুছেইন, কৰণ কুমাৰ হাজৰিকা, প্ৰণৱ নিবিড়, পৱন কাশ্যপ, ধৰিত্ৰী গগৈ, অংকিতা বৈশ্য আৰু সম্প্ৰীতি শিৱমে নাটখনৰ অন্যান্য চৰিত্ৰ সমূহত অভিনয় কৰিছে৷ 

নাটখনৰ সংগীত কৰিছে সুদীপ্ত শৰ্মা ভৰালীয়ে৷ বিকাশ দাস আৰু কাণুৱে লাইট ডিজাইন কৰা নাটখনৰ কষ্টিউমৰ দায়িত্বত আছিল গীতিকা শৰ্মা৷ নাটখনৰ সামগ্ৰিক পৰিকল্পনা বাহাৰুল ইছলাম আৰু ভাগীৰথী বাই কাদমৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক