--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংগীত জগতৰ এক উজ্জ্বল  নক্ষত্ৰ হাৰ্ডি সন্ধু।সুললিত কণ্ঠৰ জৰিয়তে তেওঁ বহু খ্যাতি আৰু যশস্যা অৰ্জন কৰিছে।শেহতীয়াকৈ হাৰ্ডি-এ এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। তেওঁ উল্লেখ কৰিছে যে কেনেকৈ এবাৰ তেওঁ নিৰ্যাতনৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছিল আৰু সেই সময়ছোৱাত তেওঁ কি অনুভৱ কৰিছিল।

হিন্দুস্তান টাইমছৰ সৈতে হোৱা সাক্ষাৎকাৰত হাৰ্ডি সন্ধুৱে তেওঁৰ লগত সংঘটিত এক ঘটনাৰ কথা উল্লেখ কৰে। হাৰ্ডি-এ কয় যে তেওঁ এখন বিয়াত মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিছিল আৰু তাৰ পাছত এগৰাকী আদবয়সীয়া মহিলাই তেওঁক নিৰ্যাতন চলাইছিল। তেওঁ ক’লে- ডেৰ-দুবছৰ আগতে বিয়াৰ অনুষ্ঠান এটা আছিল। মোৰ সন্মুখত প্ৰায় ৪০-৪৫ বছৰ বয়সৰ এগৰাকী মহিলা আছিল। তেওঁ নাচি নাচি মোক কৈ আছিল যে মহিলাগৰাকীয়ে মোৰ সৈতে মঞ্চত আহিব বিচাৰে।পাছত তেওঁ মঞ্চলৈ আহি তেওঁ মোক সাৱটি ধৰিলে আৰু মোৰ কাণখন চেলেকি দিয়ে।'

উল্লেখ্য যে হাৰ্ডি সন্ধুৰ প্ৰকৃত নাম হাৰ্ডবিন্দৰ সিং সিন্ধু। ‘টকিলা শ্বট’ গীতটোৰ জৰিয়তে তেওঁৰ গায়কী যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু ২০১৩ চনত মুক্তি পোৱা ‘সচ’ গীতটোৰ পৰাই তেওঁ সামাজিক স্বীকৃতি লাভ কৰে। এতিয়া তেওঁ বলীউড উদ্যোগত কাম কৰি ১০ বছৰ সম্পূৰ্ণ কৰিছে আৰু এই সময়ছোৱাত তেওঁ ‘তিতলিয়ান ভাৰ্গা’, ‘নাহ’, ‘বিজলী বিজলী’ আৰু ‘কিয়া বাত এ’ আদি বহু গীতেৰে অনুৰাগীক মন্ত্ৰমুগ্ধ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক