--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপৰ ফাইনেল। শ্ৰীলংকা মাত্ৰ ৫০ ৰাণতে অল আউট। বিশ্বকাপৰ মেচ। শ্ৰীলংকাৰ ইনিংছ শেষ মাত্ৰ ৫৫ ৰাণতে! এছিয়াৰ অন্যতম শক্তিৱান দল হিচাপে পৰিচীত শ্ৰীলংকাৰ সনথ জয়সূৰ্য, তিলকৰন্তে দিলছান, মাহেলা জয়াৱৰ্ধন, অৰবিন্দ ডি চিলভা, কুমাৰ ছাংগাক্কাৰাৰ দৰে বেটাৰে এসময়ত ক্ৰিকেট বিশ্ব শাসন কৰিছিল। কিন্তু সেই শ্ৰীলংকাক শেহতীয়াকৈ এইধৰণে বিধ্বস্ত কৰিছে মহম্মদ ছিৰাজে।

ভাৰতৰ বেগীবলাৰগৰাকীয়ে এই সফলতাৰ বিষয়ে মুখ খুলিছে। তেওঁ কয়- ''মই কিমান উইকেট লৈছো মানুহে সেইটোৱেই চাব। মোৰ মনত কোনো সন্দেহ নাই যে উইকেট লোৱাটো অতি গুৰুত্বপূৰ্ণ। মই সকলো সময়তে উইকেটৰ দ্বাৰা নিজকে বিচাৰ কৰিব নিবিচাৰো। মই আটাইতকৈ বেছি সুখী হৈছিলো যেতিয়া মই বলটো সঠিক ঠাইত চুইং কৰিব পাৰিছিলো।’’

তেওঁ কয়- ''জিকিলে সকলো ভাল লাগে। কিন্তু হাৰিলে কথাবোৰ অন্য হয়। বাহিৰৰ পৰা অহা সকলো নেতিবাচক কথা আমি আঁতৰাই ৰাখোঁ। দলৰ ভিতৰত ইতিবাচক কথাহে কোৱা হয়।’’

ভাৰতৰ পেচ ত্ৰায়’ৰ বিষয়ে কয়- ''আটাইতকৈ ডাঙৰ কথাটো হ’ল তিনিওটাৰে এজন নহয় এজনে জুই জ্বলাই দিব। যদি মই এটা উইকেট নাপাওঁ তেন্তে তেন্তে শ্বামীয়ে পাব। অথবা ইয়াছি ভাই (যশপ্ৰীত বুমৰাহ)য়ে প্ৰতিপক্ষক ভাঙি পেলাব।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক