--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইডেন গাৰ্ডেনত ইংলেণ্ডৰ বিৰুদ্ধে পাকিস্তানক ডাঙৰ জয়ৰ প্ৰয়োজন আছিল বিশ্বকাপৰ অন্তিম চাৰিটাত প্ৰৱেশ কৰিবলৈ। কিন্তু বাবৰ আজমে টছত পৰাস্ত হোৱাৰ লগে লগে পাকিস্তানৰ প্ৰস্থান কাৰ্যতঃ নিশ্চিত হৈ পৰে।

টছৰ পাছত বাবৰে ক’লে- ''আমি প্ৰথমে বেটিং কৰিব বিচাৰিছিলো। কিন্তু টছ আমাৰ হাতত নাই। আমাৰ দলৰ বলাৰসকল যথেষ্ট ভাল। আশাকৰোঁ আমি ইংলেণ্ডৰ বেটছমেনসকলক সোনকালে আউট কৰিব পাৰিম। আমি মাত্ৰ আমাৰ সাধ্য অনুসৰি চেষ্টা কৰিব পাৰো।'' 

ছেমিত প্ৰৱেশ কৰিবলৈ পাকিস্তানে যদি প্ৰথমে বেটিং কৰি ৩৫০ ৰান কৰিব পাৰিলেহেঁতেন তেন্তে ইংলেণ্ডে ৬৩ ৰানত বল আউট হ’বলাগিহেঁতেন। বাবৰবাহিনীয়ে ৪০০ ৰান কৰিব পাৰিলে বাটলাৰবাহিনীয়ে ১১২ ৰানৰ ভিতৰত ইনিংছ সমাপ্ত কৰিব লাগিলহেঁতেল। আকৌ পাকিস্তানে যদি ৪৫০ ৰান কৰে তেন্তে ইংলেণ্ডৰ ইনিংছ ১৬২ ৰানৰ ভিতৰত শেষ হ’ব লাগিলহেঁতেন।

টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত বাবৰৰ অন্তিম চাৰিটাত প্ৰৱেশৰ পথ বন্ধ পৰে। কাৰণ, ইংলেণ্ডে যদি ১০০ ৰান কৰে তেন্তে পাকিস্তানে সেই ৰান ২.৫ অভাৰত কৰিব লাগিব। যদি বাটলাৰে ১৫০ ৰান কৰে তেন্তে ৩.৪ অভাৰত বাবৰে খেলখন জয় কৰিব লাগিব। ইংলেণ্ডে যদি ২০০ ৰান কৰে তেন্তে পাকিস্তানে ৪.৩ অভাৰত ২০১ ৰান কৰিব লাগিব। ইংলেণ্ডে যদি ৩০০ ৰান কৰে তেন্তে পাকিস্তানে ৬.১ অভাৰ লাভ কৰিব জয়ী হ’ব। যিটো অসম্ভৱ। সেই অৰ্থত ইডেনত খেল আৰম্ভ হোৱাৰ পূৰ্বে শনিবাৰে পাকিস্তানৰ ঘৰ যাত্ৰা নিশ্চিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক