--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ছুপাৰ পাৱাৰ আমেৰিকা৷ সামৰিক, অৰ্থনৈতিক, প্ৰযুক্তি আদি সকলো দিশৰ পৰাই উন্নত ৰাষ্টখন৷ সৰ্বশক্তিমান ৰাষ্টখনে কৰা প্ৰতিটো কাৰ্যৰ প্ৰতি বিশ্ববাসীয়ে দৃষ্টি ৰাখে৷ শেহতীয়াকৈ, আমেৰিকা যুক্তৰাষ্টৰ আন এক খবৰে বৰ্তমান সংবাদ শিৰোনাম দখল কৰিছে৷

কমলা হেৰিছ আমেৰিকা যুক্তৰাষ্টৰ ৪৯ তম উপৰাষ্ট্ৰপতি৷ তেওঁ আমেৰিকা যুক্তৰাষ্টৰ প্ৰথম গৰাকী মহিলা উপৰাষ্ট্ৰপতি৷ চিকিৎসাধীন কাৰণত বৰ্তমান আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন সাময়িকভাৱে ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি লৈছে৷ তেওঁৰ অনুপস্থিতিত বৰ্তমান আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে ৰাষ্ট্ৰপতিৰ পদৰ দৰে সৰ্ব্বোচ্ছ পদত অধিষ্ঠিত হ’ব৷ হোৱাইট হাউচৰ সূত্ৰ অনুসৰি, ৰাষ্ট্ৰপতি জ’ বাইডেন এনাচষ্টেচিয়াচ গ্ৰহণ কৰিব লগা হোৱা কাৰণে অলপ দিনৰ বাবে অচেতন হৈ থাকিব৷ জ’ বাইডেনৰ অনুপস্থিতিত বৰ্তমান কমলা হেৰিছে আমেৰিকাৰ সকলো দায়িত্ব মুৰ পাতি ল’ব লাগিব৷ অৱশ্যে আমেৰিকাৰ ইতিহাসত এনে কথা কোনো নতুন নহয়৷ পূৰ্বতেও ২০০২ আৰু ২০০৭ চনত তদানীন্তন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশে চিকিৎসাৰ বাবে ছুটি লৈছিল। সেই সময়তো, তেতিয়াৰ উপ-ৰাষ্ট্ৰপতিক অস্থায়ী ৰাষ্ট্ৰপতি কৰা হিচাপে নিযুক্তি দিছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ