--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শুকুৰবাৰে প্ৰায় ডেৰ ঘণ্টাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা লাভ কৰে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে। ইয়াৰদ্বাৰা কমলা হেৰিছ কিছু সময়ৰ বাবে ৰাষ্ট্ৰপতিৰ ক্ষমতা লাভ কৰা আমেৰিকাৰ প্ৰথমগৰাকী মহিলাৰূপে পৰিগনিত হয়। কমলা হেৰিছক ৮৫ মিনিটৰ বাবে ৰাষ্ট্ৰপতি পদৰ অধিকাৰ দিয়া হয় বুলি হোৱাইট হাউচে জনায়।

দৰাচলতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে এক বিশেষ স্বাস্থ্য পৰীক্ষাৰ বাবে ৱাল্টাৰ ৰীড নেশ্যনেল মিলিটেৰী মেডিকেল চেণ্টাৰত ভৰ্তি হয়। শুকুৰবাৰে বাইডেনক কলন'স্কপিৰ বাবে এনাস্থেচিয়া দিয়া হয় আৰু সেই সময়খিনিৰ বাবে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক ৰাষ্ট্ৰপতিৰ ক্ষমতা অৰ্পন কৰা হয়। বাইডেনে স্থানীয় সময় অনুসৰি পুৱা ১০:১০ বজাত সংসদৰ নেতাসকলক ক্ষমতা হস্তান্তৰৰ কথা জনায় আৰু পুনৰ ১১:৩৫ বজাত ক্ষমতা ওভতাই লয়।

উল্লেখ্য যে, ২০১৯ চনৰ ডিচেম্বৰ মাহত জ' বাইডেনে নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱাইছিল। চিকিৎসকে বাইডেনক সুস্থ আৰু 'ৰাষ্ট্ৰপতিৰ কৰ্তব্য সফলতাৰে পালন কৰিব পৰাকৈ উপযুক্ত' বুলি জনাইছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ