--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোহনীয়া জন্তুৰ প্ৰতি স্বতাধিকাৰীৰ থাকে অগাধ মৰম আৰু ভালপোৱা৷ গাড়ীত বা চাইকেলত বহি থকা পোহনীয়া জন্তুসমূহৰ দৃশ্য সকলোৰে চিনাকি হৈ পৰা সমসাময়িক পৰিবেশত এটা অদ্ভুত  ভিডিঅ’ ভাইৰেল হৈ পৰিছে৷ য’ত এটা দৃশ্য দেখুওৱা হৈছে যিটো ভিডিঅ’ এক অসাধাৰণ ভিডিঅ’ হিচাপে চিহ্নত হৈছে৷ ভিডিঅ’টোত মটৰ চাইকেলত শান্তভাৱে বহি থকা এটা ষাঁড়ক দেখা গৈছে। শেহতীয়াকৈ টুইটাৰত @nareshbahrain হেণ্ডেলৰ জৰিয়তে শ্বেয়াৰ কৰা এই ভিডিঅ’টোৱে ছ’চিয়েল মিডিয়াত আলোড়ন সৃষ্টি কৰিছে৷


কাষেৰে পাৰ হৈ যোৱা বাহনৰ পৰা এজন যাত্ৰীয়ে বন্দী কৰা এই ভিডিঅ’ ফুটেজটোৱে এক অসাধাৰণ দৃশ্যপট উপস্থাপন কৰিছে—এজন বাইকচালকৰ সৈতে এটা ষাঁড় সাধাৰণভাৱে বহি গৈছে, এই অগতানুগতিক কাৰ্য সম্পাদন কৰা ব্যক্তিজনৰ চালনাত থকা ষাঁড়ৰ মালিকে আত্মবিশ্বাসেৰে বাইকখন চলায়৷


এই ভাইৰেল ভিডিঅ’টোৱে এক লাখৰো অধিক দৰ্শক লাভ কৰা এই ভিডিঅ’টোৱে বিভিন্ন ধৰণৰ সঁহাৰি বুটলিবলৈ সক্ষম হৈছে৷ বিস্ময় আৰু জল্পনা-কল্পনাৰ সংমিশ্ৰণেৰে নিৰ্মিত এই ভিডিঅ’টোৱে দৰ্শকৰ মাজত এতিয়াও উৎসুকতা অব্যাহত ৰাখিছে। মটৰ চাইকেলত নিশ্চিন্তভাৱে উঠা ষাঁড়ৰ অসাধাৰণ দৃশ্যটো এতিয়াও আকৰ্ষণৰ বিষয় হৈ আছে, যাৰ ফলত বহুতেই অগতানুগতিক পশু পৰিবহণৰ এই অসাধাৰণ প্ৰদৰ্শনৰ বাবে সমালোচনা কৰাৰ বিপৰীতে আন এচামে শলাগ লৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক