--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ভাৰতীয় নিৰ্বাচন আয়োগে মঙলবাৰে ঘোষণা কৰিছে উপ-নিৰ্বাচনৰ দিন৷ বিভিন্ন কাৰণত খালী হৈ থকা আসনসমূহৰ বাবে অহা ৩০ অক্টোবৰত অসমত হ’ব উপ-নিৰ্বাচন৷ অসম বিধানসভাৰ মুঠ ৫টা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন৷ ৰাজ্যত মনোনয়ন দাখিলৰ অন্তিম দিন ৮ অক্টোবৰ আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৩ অক্টোবৰ৷

নিৰ্বাচন আয়োগে ঘোষণা কৰা সূচী অনুসৰি ২ নৱেম্বৰত হ’ব ভোটগণনা৷ ৰাজ্যৰ গোঁসাইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নী আৰু থাওৰা সমষ্টিত হ’ব উপ-নিৰ্বাচন৷

উল্লেখ্য যে মাজুলী সমষ্টিৰ বিধায়ক পদৰ পৰা এই পৰ্যন্ত সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰা নাই। সেয়েহে মাজুলীত উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ