--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই মন্তব্য বাংলাদেশৰ অন্তৰ্ব্বর্তী গৃহ বিভাগৰ উপদেষ্টা অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল মহম্মদ জাহাংগীৰ আলম চৌধুৰীৰ।

ডিজিটেল ডেস্কঃ বাংলাদেশত হিন্দুসকলৰ উৎসৱ দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে। এই মন্তব্য বাংলাদেশৰ অন্তৰ্ব্বর্তী গৃহ বিভাগৰ উপদেষ্টা অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল মহম্মদ জাহাংগীৰ আলম চৌধুৰীৰ।


তেওঁ কয়- আগন্তুক দুর্গা পূজাত এইবাৰো সমগ্র দেশতে অস্থিৰতা সৃষ্টি কৰাৰ ষড়যন্ত্র চলিছে। যোৱা বছৰতকৈ এইবাৰ অতি সতর্ক হৈ থাকিব লাগিব। দেওবাৰে ঢাকাৰ ৰাজাৰবাগ পুলিচ লাইনত আয়োজন কৰা এটা অনুষ্ঠানত তেওঁ এইদৰে কয়।


আৰক্ষীক উদ্দেশ্য কৰি তেওঁ কয়, 'যোৱাবাৰ আপোনালোকৰ সহযোগিতাত দুর্গা পূজা খুব ভালদৰে উদ্যাপন হৈছে। সেইবাবে আপোনালোক ধন্যবাদৰ পাত্ৰ। যোৱা বছৰৰ দৰে এইবছৰো দুর্গা পূজাত সর্বোচ্চ নিৰাপত্তা নিশ্চিতিৰ বাবে বাংলাদেশৰ আৰক্ষীয়ে প্ৰস্তুতি চলাইছে।'


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ