--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সেউজীয়া গছ-গছনিয়ে পৰিবেশ সুন্দৰ কৰি ৰাখে। গছ-গছনিয়ে পৰিবেশ সুন্দৰ কৰাৰ লগতে বতাহত অক্সিজেনৰ পৰিমাণো বৃদ্ধি কৰে। গছ-গছনি থকা ঠাইত পৰিবেশ শীতল হৈ থাকে। কিন্তু ঘৰৰ য’তে-ত’তে গছ ৰোপন কৰিলে সুফল পোৱা নাযায়।

বাস্তুশাস্ত্ৰৰ মতে  ঘৰৰ দক্ষিণ -পূব অংশটো হ'ল ধন স্থান। এই ধন স্থানৰ প্ৰধান উপাদান হৈছে কাঠ। সেইবাবে ঘৰৰ দক্ষিণ-পূব অংশত কাঠ থাকিব লাগে । গছ-গছনি ৰোপণ কৰিলে ঘৰৰ দক্ষিণ-পূব অংশৰ প্ৰধান উপাদান কাঠ উপলব্ধ হয়। সেইবাবে ঘৰৰ দক্ষিণ-পূব অংশত গছ-গছনি ৰোপণ কৰিব লাগে।


 যদি ঘৰৰ দক্ষিণ-পূব অংশত গছ-গছনি ৰোপণ কৰাৰ কোনো সুবিধা নাথাকে তেন্তে সেই অংশত সেউজীয়া গছ-গছনিৰ ছবি দেৱালত আঁৰি থ'লেও একে ফলেই লাভ কৰা যায়।

 ঘৰৰ দক্ষিণ-পূব অংশত সেউজীয়া গছ-গছনি ৰোপণ কৰিলে গৃহস্থৰ ধন বৃদ্ধি পায়। শোৱনি কোঠাটো যদি দক্ষিণ-পূব অংশত স্থাপন কৰা হয় তেন্তে শোৱনি কোঠাৰ ভিতৰতো সেউজীয়া গছ-গছনিৰ ছবি ৰাখিব পৰা যায় ৷ ঘৰৰ ভিতৰত চাইনিজ বেম্বো আদিও ৰাখিব পাৰি। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ