--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ প্ৰৱেশদ্বাৰৰ সৈতে দিশৰ সম্পৰ্ক যথেষ্ট থাকে। সঠিক দিশত প্ৰৱেশদ্বাৰ নিৰ্মাণ নহ'লে ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পোৱাত অসুবিধা হয়। অৱশ্যে মাটিৰ অৱস্থান আৰু ঘৰৰ কাষেৰে যোৱা ৰাস্তাৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি ঘৰৰ প্ৰৱেশদ্বাৰ কোন দিশত হ'ব, সেই সন্দৰ্ভত সিদ্ধান্ত ল'ব পাৰি। ঘৰৰ প্ৰৱেশদ্বাৰ যি দিশতেই নিৰ্মাণ কৰা নহওক কিয়, সেয়া সম্পূৰ্ণৰূপে বাস্তুসন্মত হ'ব লাগিব।  এই বিষয়ে কিছু কথা উল্লেখ কৰা হৈছে

পূব দিশত নিৰ্মাণ কৰা প্ৰৱেশদ্বাৰৰ ফলাফল
 পূব দিশৰ প্ৰথম ভাগটোত কামদেৱ অৰ্থাৎ শিখি দেৱতাৰ অৱস্থান। এই ভাগটোত দুৱাৰ নিৰ্মাণ কৰিলে অগ্নিৰ ভয় থাকে।
দক্ষিণ দিশৰ মুখ্য দুৱাৰৰ ফলাফল
দক্ষিণ দিশৰ প্ৰথম ভাগত বায়ু দেৱতাৰ অৱস্থান। এই ভাগত মুখ্য দুৱাৰ নিৰ্মাণ কৰিলে গৃহস্থৰ সন্তান জন্ম নহ'ব পাৰে অথবা সন্তানৰ সংখ্যা কম হ'ব পাৰে।পুষ্যা ভাগত মুখ্য দুৱাৰ নিৰ্মাণ কৰিলে কোনো বিশ্বাসী লোকে গৃহস্থৰ অপকাৰ সাধন কৰাৰ আশংকা থাকে।বিপথ বা বিদ্যা ভাগত প্ৰৱেশ দুৱাৰ নিৰ্মাণ কৰিলে গৃহস্থ স্বাৰ্থপৰ হৈ পৰে। বৃহৎক্ষত ভাগত প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰিলে পুত্ৰ সন্তান লাভ হয় আৰু গৃহস্থ ভোজনবিলাসী হৈ পৰে।যম ভাগত প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰিলে গৃহস্থ কৰ্কশ হৈ পৰে আৰু তেওঁৰ জেদ ভাব বৃদ্ধি পায় । ঘৰৰ প্ৰৱেশদ্বাৰ মুখ্য দ্বাৰতকৈ কিছু সৰু হ'ব লাগে।
 যিকোনো ধৰণৰ দুৱাৰৰ উচ্চতা বহলতকৈ দুগুণ অথবা তাতকৈ বেছি হ'ব
লাগে।
 ঘৰৰ প্ৰৱেশদ্বাৰ কাঠেৰে নিৰ্মাণ কৰিলে বেছি শুভ ফলদায়ক হয়।
ঘৰৰ প্ৰৱেশদ্বাৰ খোলা বা বন্ধ কৰাৰ সময়ত যাতে শব্দ নহয় তাৰ প্ৰতি গুৰুত্ব দিব লাগে।
ঘৰত ছুইচযুক্ত প্ৰৱেশদ্বাৰ লগোৱাটো শুভ ফলদায়ক নহয় ।
ঘৰৰ প্ৰতিখন দুৱাৰৰ জোখ একে হ'ব লাগে আৰু সেইবোৰ দেখিবলৈয়ো একে হ'ব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ