--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰাজনীতিৰ অন্যতম বৰ্ণিল চৰিত্ৰ হৈছে বিহাৰৰ তেতিয়াৰ মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ। বহুদিনলৈ বিহাৰৰ ক্ষমতা তেওঁৰ পৰিয়ালৰ হাতত আছিল। ক্ষমতাত থকাৰ পৰা আজীৱন জেললৈ — লালুৰ জীৱন বৰ্ণময়।

এইবাৰ ছৱিৰ পৰ্দাত উন্মোচিত হ’ব ভাৰতৰ তদানীন্তন ৰে’ল মন্ত্ৰী আৰু বিহাৰৰ মুখ্যমন্ত্ৰীৰ জীৱন। সূত্ৰ অনুসৰি বিগত ৫-৬ মাহ ধৰি তেওঁৰ বায়’পিকৰ কাম আৰম্ভ হৈছে।

লালুৰ পৰিয়ালে গ্ৰীণ চিগনেলো দিছে এই ছৱিৰ বাবে। লালুপ্ৰসাদৰ পুত্ৰ তেজস্বী প্ৰকাশে নিজেই ধন বিনিয়োগ কৰিছে। ছবিখনৰ প্ৰযোজনাৰ দায়িত্ব লৈছে পৰিচালক প্ৰকাশ ঝাই।

কিন্তু পৰ্দাৰ নায়ক কোন হ’ব? জল্পনা-কল্পনা অব্যাহত আছে। এই ক্ষেত্ৰত বিহাৰৰে পংকজ ত্ৰিপাঠী অলপ আগবাঢ়ি আছে। অতি সোনকালে পংকজ ত্ৰিপাঠীক দেখা যাব অটল বিহাৰী বাজপেয়ীৰ বায়’পিকতো। ইয়াৰ পিছত অভিনেতাজনে আন এখন বায়’পিকত সন্মতি দিয়ে নে নকৰে, সেয়া চাবলগীয়া!

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ