--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰহস্যজনকভাৱে মৃত্যুক সাৱটি ল’লে মালিছা মুনী এগৰাকী মডেলে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ১২ ছেপ্টেম্বৰত লছ এঞ্জেলছৰ নিজৰ এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ হোৱা মডেলগৰাকী দুমাহৰ গৰ্ভৱতী আছিল। মৃত্যুৰ পূৰ্বে তেওঁ সংঘাততো লিপ্ত হৈছিল।

নিউয়ৰ্ক পোষ্টৰ এক প্ৰতিবেদন অনুসৰি মালিছা মুনীৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফলত তেওঁৰ মুখ, মূৰ, পিঠি আৰু বাওঁহাতৰ ওপৰৰ অংশত ব্লান্ট ফৰ্চ আঘাত পোৱা দেখা গৈছে। তেওঁৰ শৰীৰত বেনজ’ইলেকগ’নিনৰ দৰে ঔষধৰ লগতে কোকেইথাইলিন আৰু ইথানলৰ মিশ্ৰণৰ উপস্থিতি পোৱা গৈছে।

উল্লেখযোগ্য যে ১২ ছেপ্টেম্বৰত মুনীৰ মৃতদেহ ফ্ৰীজৰ ভিতৰত মুখ বন্ধ কৰি হাতৰ কব্জি আৰু গোৰোহা বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল। ভনীয়েকৰ মতে, মৃত্যুৰ সময়ত তেওঁৰ গৰ্ভৱতীও আছিল দুমাহৰ।

লছ এঞ্জেলছ কাউন্টি মেডিকেল এগজামিনাৰে তেওঁৰ মৃত্যুক “হিংসাৰ ফলত হোৱা” বুলি ৰায় দিছিল। আৰক্ষী বিষয়াসকলে কয় যে তেওঁলোকে মুনীৰ আইক্লাউডত এটা সতৰ্কবাণীও পাইছিল য’ত কোনোবাই তেওঁৰ ডিভাইচ ব্যৱহাৰ কৰা বুলি ইংগিত দিছিল, যিয়ে তেওঁৰ পৰিয়ালক ইংগিত দিছিল যে তেওঁৰ হত্যাকাৰীয়ে তেওঁৰ আইফোন আৰু মেকবুকক পণ্য কৰি ৰাখিবলৈ চেষ্টা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক