--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'মণিকৰ্ণিকা', 'থালাইভি' বা 'পাংগা' - ইখনৰ পাছত সিখনকৈ কংগনাৰ ছৱি ফ্লপ হৈছিল। কিন্তু তেওঁ হাৰ নামানে। এই শুকুৰবাৰে মুক্তি পাব ‘তেজস’।

কংগনাই আশা কৰিছিল যে ছবিখনে ভাল ফল দেখুৱাব। কিন্তু বক্স অফিচৰ ৰিপৰ্ট হাতত অহাৰ লগে লগে সকলো স্পষ্ট হৈ পৰে।

ছবিখনে প্ৰথম দিনা মাত্ৰ ১ কোটি ২৫ লাখ টকা উপাৰ্জন কৰে। দেশৰ মাল্টিপ্লেক্সৰ পৰা মুঠ ৮৫ লাখ টকা সংগ্ৰহ কৰা হৈছে। কংগনাৰ ‘তেজস’ যি গতিত আগবাঢ়িছে, অভিনেত্ৰীগৰাকীয়ে ফ্লপ নম্বৰ পাঁচৰ মুখখন চাবলৈ গৈ আছে।

২০১৯ চনত কংগনাৰ ফ্লপৰ যাত্ৰা আৰম্ভ হৈছিল ‘ঢাকাদ’ ছবিৰ জৰিয়তে। তাৰ পিছত তেওঁ কৰা সকলো কাম দৰ্শকে নাকচ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক