--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা কেইমাহমানৰ পৰা এই উৰাবাতৰি চলি আহিছে যে বচ্চন পৰিয়ালত বিভাজন হৈছে। মূলতঃ অমিতাভ বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ মাজৰ দূৰত্ব বাঢ়িছে। চলিত মাহৰ আৰম্ভণিতে পূৰ্বৰ মিছ ৱৰ্ল্ড ঐশ্বৰ্য ৰায় বচ্চনে অকলশৰীয়াকৈ ৫০ বছৰীয়া জন্মদিন উদ্‌যাপন কৰিছিল। ১ নৱেম্বৰত স্বামী অভিষেক বচ্চন বা বচ্চন পৰিয়ালৰ আন কোনো সদস্যক ঐশ্বৰ্যৰ কাষত দেখা পোৱা নগ’ল। কেৱল কন্যা আৰাধ্যা বচ্চন আৰু মাতৃ বৃন্দা ৰায়ৰ সৈতে ঐশ্বৰ্যই তেওঁৰ বিশেষ দিনটো উদ্‌যাপন কৰে। অভিষেকও আনুষ্ঠানিকতা ৰক্ষা কৰি মাত্ৰ শুভেচ্ছা দিয়ে। ঐশ্বৰ্যৰ জন্মদিনত বচ্চন পৰিয়ালৰ আন কোনো সদস্যই তেওঁলোকৰ ছ’চিয়েল মিডিয়া পেজত  জন্মদিনৰ শুভ বাৰ্তা শ্বেয়াৰ কৰা নাছিল। এইবাৰ অমিতাভৰ নাতিনীয়েক আৰাধ্যা বচ্চনৰ লগতো একে ব্যৱহাৰ বচ্চন পৰিয়ালৰ৷

অভিষেক-ঐশ্বৰ্যৰ একমাত্ৰ কন্যা আৰাধ্যাৰ বয়স ১৩ বছৰ। কন্যা আৰাধ্যাক জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ বুলি ঐশ্বৰ্যই ছ’চিয়েল মিডিয়া পেজত লিখিছে। অভিষেকে জীয়েকক পৃথিৱীৰ সকলোতকৈ বেছি ভাল পায়। কিন্তু আৰাধ্যাৰ মাক-দেউতাকৰ বাহিৰে বাকী বচ্চন পৰিয়ালটো আৰাধ্যাৰ জন্মদিনক লৈ নিমাত৷

ছচিয়েল মিডিয়াত অতি সক্ৰিয় অমিতাভ বচ্চন। তেওঁ প্ৰায় প্ৰতিদিনে বিশ্বকাপৰ বিষয়ে কিবা নহয় কিবা এটা পোষ্ট কৰি আছে। কিন্তু নাতিনীয়েকৰ জন্মদিনত অমিতাভে এটা বাক্যও খৰচ নকৰিলে। অৱশ্যে ছ’চিয়েল মিডিয়া মানে জীৱনৰ সকলো কথা নহয়। মুকলিকৈ শুভেচ্ছা প্ৰকাশ নকৰিলেও আজিৰ দিনটোত ককাক আৰু নাতিনীয়েকৰ মাজত প্ৰকৃততে সাক্ষাৎ হৈছিল নে নাই সেয়া জনা নাযায়। নাতিনীয়েক ককাকৰ বৰ স্নেহৰ। ইয়াৰ পূৰ্বে জন্মদিনত আৰাধ্যাক ককাকৰ তৰফৰ পৰা বহু উপহাৰ দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ