--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত প্ৰায়ে বলীউডৰ তাৰকাসকলৰ ছবি ভাইৰেল হয়। নেটিজেনসকলে তেওঁলোকক চিনাক্ত কৰিবলৈ চেষ্টা কৰে। কিন্তু কিছুমানে এইক্ষেত্ৰত সফল হয় আৰু কিছুমান বিফল হয়। আজি আমি আপোনালোকৰ ওচৰলৈ এগৰাকী জনপ্ৰিয় তাৰকাৰ শৈশৱ কালৰ ছবি লৈ আহিছো। আপুনি বাৰু চিনি পাইছেনে.. ভালদৰে চাওকচোন বেলকনিৰ ওচৰত থিয় হৈ থকা এই মৰমলগা সৰু ছোৱালীজনী কোন? 

এই নিস্পাপ শিশুটি এতিয়া বলীউডৰ এগৰাকী অতি বিখ্যাত অভিনেত্ৰী হৈ পৰিছে। ৰ’ব আপোনাক এটা ইংগিত দিওঁ। এই ছোৱালীজনীয়ে বলীউডৰ ৯০ দশকৰ চিনেমাত দপদপাই আছিল। তেওঁৰ ভগ্নীও এই সময়ত বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। এতিয়াও চিনি পোৱা নাই? আৰু পলম নকৰো, আপোনাৰ ধৈৰ্য্য ভংগ নকৰাকৈয়ে কওঁ যে বেলকনিত থিয় হৈ থকা এই মৰমলগা ছোৱালীজনী আন কোনো নহয়, তেওঁ হৈছে কৰিশ্মা কাপুৰ। যাক মানুহে মৰমেৰে ল’ল’ বুলি মাতে।
 
কৰিশ্মা কাপুৰৰ এই ফটোখন ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে কৰীনা কাপুৰে। লগে লগে কৰিশ্মা কাপুৰৰ এই ফটোখন ইণ্টাৰনেটত ভাইৰেল হৈ পৰে। মানুহে কৈছে কৰিশ্মা শৈশৱতো বহুত মৰমলগা আছিল। কৰিশ্মা কাপুৰে নিজৰ কেৰিয়াৰত বহুতো হিট গীত দিছে, য’ত- ‘ৰাজা বাবু’, ‘ৰাজা হিন্দুস্তানী’, ‘কুলি নং ১’, ‘বিৱি ​​নং ১’, ‘আন্দাজ অপনা অপনা’ ‘দিল ত’ পাগল হে’ ইত্যাদি।
 ৯০ দশকৰ এগৰাকী বিখ্যাত আৰু জনপ্ৰিয় অভিনেত্ৰী হিচাপে কৰিশ্মা কাপুৰ এতিয়াও সমাদৃত। গোবিন্দাৰ সৈতে কৰিশ্মাৰ যুটিটো ছুপাৰহিট আছিল। কৰিশ্মা বৰ্তমান অ’টিটিৰ জগতখনতো প্ৰৱেশ কৰিছে। ২০২০ চনত কৰিশ্মা কাপুৰক দেখা গৈছিল ৱেব ছিৰিজ ‘মেণ্টেলহুড’ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ