--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বনে-জংঘলে ঘূৰি ফুৰি বিশ্বৰ মানুহক নানান খবৰ দি থকা বেয়াৰ গ্ৰিলছৰ এক নতুন ৰূপে এতিয়া বহুতকে আকৰ্ষিত কৰিছে। গ্ৰীলছে শেহতীয়াকৈ  'লুঙী ' পিন্ধি এখন  ফটো টুইট কৰিছে। লুঙী পিন্ধা ছবি খন চাই নেটিজেন নানান ধৰণে মন্তব্য কৰা পৰিলক্ষিত হৈছে। 

গ্ৰীলছে  স্কটলেণ্ডৰ পৰা আৰম্ভ কৰিব তেওঁৰ পৰৱৰ্তী দুঃসাহসিক অভিযান।  এই খবৰটোৱেই তেওঁ লুঙীৰ দৰে সাজ পিন্ধি টুইটাৰত প্ৰকাশ কৰিছিল। নেটিজেনসকলে গ্ৰীলছে পিন্ধা লুঙীকলৈ নানান মন্তব্য কৰিছে। 

পোষ্টটো ১২০ হাজাৰতকৈও অধিক লোকে প্ৰত্যক্ষ কৰিছে আৰু  অনুৰাগীসকলৰ মন্তব্যৰে পোষ্টটো ভৰি পৰিছে।   বহু সংখ্যক নেটিজেনে গ্ৰীলছে পিন্ধা লুঙীকলৈ মন্তব্য কৰিছে। কিছুমানে লিখিছে "এয়া  লুঙীযেন লাগিছে!"

 আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে , "লুঙী নৃত্যৰ বাবে গ্ৰীলছ সাজু হৈছে।’’ উল্লেখ্য বেয়াৰ গ্ৰিলছৰ অনুষ্ঠানত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বলীউডৰ চুপাৰষ্টাৰ অক্ষয় কুমাৰেও অংশগ্ৰহণ কৰিছিল। শেহতীয়াকৈ গ্ৰীলছে তেওঁৰ অনুষ্ঠানলৈ  অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু ক্ৰিকেটাৰ বিৰাট কোহলীকো অনাৰ কথা বিবেচনা কৰি আছে। প্ৰধানমন্ত্ৰী মোদী আৰু অক্ষয় কুমাৰৰ বাহিৰেও গ্ৰীলছৰ  অনুষ্ঠানত  ৰণবীৰ সিং, বিকি কৌশল আদিকে ধৰি অন্যান্য বিখ্যাত ভাৰতীয় চেলিব্ৰিটিয়ে ভাগ লৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস