--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভিডিঅ’ জকি হিচাপে কেৰিয়াৰ আৰম্ভ কৰা ৰিয়া চক্ৰৱৰ্তী দীৰ্ঘদিন টিভিৰ পৰা আঁতৰি আছিল যদিও এতিয়া তেওঁৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ। ৰিয়াই অতি সোনকালে সৰু পৰ্দাত পুনৰ উভতি আহিব আৰু সেয়াও ‘গেং লিডাৰ’ হিচাপে। হয়, এমটিভি শ্ব’ ‘ৰ’ডিজ’ (ৰ’ডিজ ছিজন ১৯)ৰ ১৯ সংখ্যক ছিজনত ৰিয়াক গেং লিডাৰ হিচাপে দেখা যাব।এই ৰিয়েলিটি শ্ব’ৰ প্ৰমোও চৰ্চালৈ আহিছে।


ৰিয়া চক্ৰৱৰ্তীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত ‘ৰ’ডিজ ১৯’ৰ শেহতীয়া প্ৰ’ম’ শ্বেয়াৰ কৰিছে। ‘ৰ’ডিজ কৰ্ম য়া কাণ্ড’ৰ প্ৰ’ম’ত ৰিয়াক দেখা গৈছে অল ব্লেক লুকত। ভিডিঅ’টোত তেওঁ কয়, ‘আপুনি কি ভাবিছিল যে মই ঘূৰি নাহে, মই ভয় খাম... ভয় খোৱাৰ পাল আন কাৰোবাৰ।সকলোকে অডিচনত দেখা পাম।" প্ৰিন্স নাৰুলা আৰু গৌতম গুলাটিৰ সৈতে ‘গেং লিডাৰ’ হিচাপে অংশগ্ৰহণ কৰিব ৰিয়াই।

উল্লেখযোগ্য যে ২০২০ চনত সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত ৰিয়া চক্ৰৱৰ্তীয়ে বহু অভিযোগৰ সন্মুখীন হৈছিল। তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাত তেওঁ বহু দিন কাৰাবাসত দিন কটাবলগীয়া পৰিস্থিতিও আহি পৰিছিল৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস