--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰথমবাৰৰ বাবে কলকাতাৰ আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। প্ৰথম মন্তব্যত তেওঁ কয় যে ‘মই ভয় খাইছো,হতাশ হৈছো’।

যোৱা ৯ আগষ্টত কলকাতাৰ আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী মহিলা প্ৰশিক্ষাৰ্থী চিকিৎসকক হত্যা আৰু যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল ৷ যাৰ ফলত দেশৰ বহু ঠাইত চিকিৎসকে ধৰ্মঘট কৰাৰ লগতে প্ৰায়বোৰ চিকিৎসালয় সেৱা স্তব্ধ হৈ পৰে। এই ঘটনাই ৰাষ্ট্ৰীয় ক্ষোভ সৃষ্টি কৰাৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ জনসাধাৰণে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধক লৈ দুখী ৰাষ্ট্ৰপতি মুৰ্মুৱে সংবাদ মাধ্যমত কয় যে এফালে ছাত্ৰ-ছাত্ৰী, চিকিৎসক আৰু নাগৰিকে কলকাতাত প্ৰতিবাদ সাব্যস্ত কৰি আছে, আনফালে আন ঠাইত অপৰাধীয়ে ঘূৰি ফুৰিছে। 'বহুত হ'ল, এতিয়া কিবা এটা কৰিব লাগিব।’

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে কোনো সভ্য সমাজে কন্যা আৰু ভগ্নীৰ ওপৰত এনে অত্যাচাৰৰ অনুমতি দিব নোৱাৰে। সমাজক ‘সৎ, নিৰপেক্ষ আত্মনিৰীক্ষণ’ৰ প্ৰয়োজন, নিজকে কিছুমান কঠিন প্ৰশ্ন সুধিব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ