--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ নায়ক নাগা চৈতন্যৰ সৈতে বিবাহ বিচ্ছেদৰ হো-হোৱাই চাহিদা বৃদ্ধি পাইছে সামান্থা ৰুথ প্ৰভুৰ। দক্ষিণৰ চিনেমাৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী গৰাকীৰ ভিতৰত অন্যতম সামান্থা। ব্লকবাষ্টাৰ ছুপাৰ হিট চলচ্চিত্ৰ ‘পুষ্পা: দ্য ৰাইজ’ৰ আইটেম ছং ‘অ’ অন্তভা, অ’ অন্টাভা’ নামৰ আইটেম গীতটোত নৃত্য কৰি সামন্থাই উপাৰ্জন কৰিছিল ৫ কোটি টকা।

এইবাৰ ছ’চিয়েল মিডিয়া হেণ্ডেল ইনষ্টাগ্ৰামত চাহিদা বৃদ্ধি পাইছে সামান্থাৰ। মাত্ৰ এটা পোষ্টৰ বাবে দক্ষিণৰ অভিনেত্ৰীগৰাকীয়ে পাৰতোষিক হিচাপে লৈছে কোটি কোটি টকা।

তেলেগু ডট কমৰ এক প্ৰতিবেদন অনুসৰি, শেহতীয়াকৈ সামান্থাক ব্ৰিটিছ বিলাসী বাৰ্বেৰী ব্ৰেণ্ডৰ ছুইমিং পোছাকত ফ্ৰেমবন্দী কৰা হৈছিল। ব্ৰেণ্ড হাউছৰ প্ৰচাৰৰ বাবে নায়িকাগৰাকীয়ে ছবিখন ইনষ্টাগ্ৰামত পোষ্ট কৰিব লগা হৈছিল আৰু সেই পদটোৰ বাবে সামান্থাই লৈছে ৯০ লাখ টকা।
বিচ্ছেদৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত সামান্থাৰ ফেন ফ’ল’ৱাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

তেলেগু ডট কমে কয়, ‘সামান্থাই তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা প্ৰতিমাহে ৩ কোটি টকা উপাৰ্জন কৰে। সামান্থাৰ দলটোৱে কিছুমান ব্ৰেণ্ডৰ বাবে কনচেপ্ট তৈয়াৰ কৰি শ্বুট কৰিছিল। ইনষ্টাগ্ৰামকে ধৰি সকলো ছ’চিয়েল মিডিয়াতে যে সামান্থাৰ প্ৰভাৱ লেখত ল’বলগীয়া সেই কথা সহজেই ধৰি ল’ব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু