--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অমিতাভৰ নতুন আউটফিট দেখি থতমত খাইছে নেটিজেনে। কৌন বনেগা কোড়ৰপতি আৰম্ভ হ’বলৈ ওলাইছে। অমিতাভে সেই চেটৰ পৰাই এখন ছবি পোষ্ট কৰিছে। তাৰপাছতেই হতবাক সকলো। অমিতাভৰ পোছাক দেখি নেটিজেনৰ মাজত উঠিছে হাঁহিৰ ৰোল। অমিতাভে এয়া কি পোছাক পৰিধান কৰিছে? আচম্বিত অনুৰাগী।

সাধাৰণতে, কৌন বনেগা কোড়ৰপতিৰ মঞ্চত ব্লেজাৰৰ সৈতে ফৰ্মেল পোছাক পৰিধান কৰাই দেখা যায় বিগ বি অমিতাভক। মাজে মাজে পৰিধান কৰে কেজুৱেল পোছাক। পিছে, এনে আচৰিত পোছাকত প্ৰথমবাৰলৈ দেখিবলৈ পোৱা গৈছে বিগ-বিক। 

ছবিখন পোষ্ট কৰি অমিতাভে লিখিছে, ‘পিন্ধিবলৈ এটা পায়জামা দিয়া হৈছে, পোছাকলৈ চাই মনে ধৰিছে যেন শাৰী কাটিহে প্ৰস্তুত কৰা হৈছে এই পোছাক।  সমুখৰ পিনে সৰু পকেট আৰু পিছফালে ৰছী।’ ছবিত দেখিবলৈ পোৱা অনুসৰি হাৰেম পেণ্টৰ সৈতে জেকেট পিন্ধিছে বলীউড শ্বেহেনশ্বাহে। বিগ বিৰ এই ৰূপ দেখি অস্বস্তিত ভুগিছে জীয়ৰী শ্বেতা নন্দা। ছ’চিয়েল মিডিয়াত অনুৰাগীসকলে অমিতাভক প্ৰশ্ন কৰিছে, ‘আপোনাৰ ফেশ্বন আইকন ৰণবীৰ সিং নেকি?’ 
অনুৰাগীৰ এই প্ৰশ্নৰ কি উত্তৰ বা দিয়ে বিগ বিয়ে সেয়াহে হৈ পৰিছে অতি লক্ষ্যণীয় বিষয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ