--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিষাক্ত সুৰা সেৱন কৰি বিহাৰত পুনৰ মৃত্যু হৈছে ৮ জন লোক। অসুস্থ হৈ ২৫ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মতিহাৰী জিলাৰ লক্ষ্মীপুৰ, পাহাৰপুৰ, হৰসিদ্ধি ব্লকত সংঘটিত হৈছে এই ঘটনা। ৰাজধানী পাটনাৰ পৰা ১৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই ঠাইখন।

উল্লেখ্য যে ২০১৬ চনত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিহাৰত সুৰা নিষিদ্ধ কৰিছিল। তেতিয়াৰ পৰাই বিষাক্ত সুৰা সেৱন কৰি বহু লোকৰ মৃত্যু হৈছে।

এই ঘটনা সংঘটিত হোৱাৰ পাছতে বিজেপিয়ে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ওপৰত আঙুলি টোৱাইছে। ইয়াৰ প্ৰত্যুত্তৰত নীতিশে কয় যে এই সকলোবোৰ ঘটনাই আচলতে মানুহক শিকাইছে।

শেহতীয়াকৈ বিহাৰৰ সাৰণ জিলাৰ বিষমত ৪০ জন লোকৰ মৃত্যু হৈছে। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে প্ৰতিবেদন প্ৰকাশ কৰিছে। প্ৰতিবেদন…

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ