--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃবিৰিয়ানি’- এইবিধ খাদ্যৰ নাম শুনিলেই প্ৰায়সংখ্যক মানুহৰ জিভাপানী পৰে! ভাৰতৰ খাদ্য সম্ভাৰতো বিৰিয়ানিয়ে বৰ্তমান সুকীয়া স্থান দখল কৰিছে৷ বিৰিয়ানি খাদ্য-সংস্কৃতি আৰম্ভ হৈছিল মধ্য প্ৰচ্যৰ দেশসমূহ পৰাই আৰু পৰৱৰ্তী সময়ত মোগল ভাৰতত অহাৰ পাছত এই খাদ্য সকলোৰে মাজত প্ৰিয় হৈ পৰিছিল৷

এক জনশ্ৰুতি অনুসৰি তুৰ্ক-মঙ্গোল বিজয়ী তিমুৰে ১৩৯৮চনত ভাৰতৰ সীমাত উপস্থিত হোৱাৰ সময়তে তেওঁ বিৰিয়ানি লৈ আহিছিল, তেতিয়াৰ পৰাই এই খাদ্য ভাৰতত জনপ্ৰিয় হৈ পৰিছিল বিৰিয়ানি হৈছে ভাৰতীয়সকলৰ প্ৰিয় ব্যঞ্জনবোৰৰ ভিতৰত এটা। এই তথ্য প্ৰকাশ পাইছে, খাদ্য প্ৰদানকাৰী সংস্থা ছুইগীত৷ ছুইগীয়ে তেওঁলোকৰ বাৰ্ষিক প্ৰতিবেদন কাৰ্ড মুকলি কৰিছে৷

তেওঁলোকৰ প্ৰতিবেদন কৈছিল যে, ভাৰতীয়সকলে ২০২১ চনত প্ৰতি ৬০ ছেকেণ্ডত প্ৰায় ১১৫ প্লেট বিৰিয়ানি অৰ্ডাৰ কৰিছিল। ছুইগীয়ে এই বিষয়টোৰ বিৱৰণ দি টুইটাৰত এটা পোষ্ট পোষ্ট কৰিছিল। তাত তেওঁলোকে লিখিছিল, “২০২১ চনত মুঠ ৬৪.৪৪ নিযুত বিৰিয়ানি অৰ্ডাৰ দিয়া হৈছিল। ২০২০ চনত প্ৰতি মিনিটত প্ৰায় ৯০ প্লেট বিৰিয়ানি অৰ্ডাৰ কৰা হৈছিল, সেই অভিলেখ ২০২১ চনত অতিক্ৰম কৰিলে৷”


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন