--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আমেৰিকা ভ্ৰমণ সন্দৰ্ভত বিজেপিয়ে অহৰহ আক্ৰমণ চলাই আহিছে । বিজেপিয়ে অভিযোগ যে ৰাহুল গান্ধীয়ে আমেৰিকা ভ্ৰমণৰ সময়ত শিখ সন্দৰ্ভত বিতৰ্কিত বক্তব্য দিছিল। আজি অৰ্থাৎ ৰাহুল গান্ধীয়ে বিজেপিৰ অভিযোগ সন্দৰ্ভত স্পষ্টীকৰণ দিলে। 

ৰাহুল গান্ধীয়ে ছ’চিয়েল মিডিয়া এক্সত লিখিছে- ‘‘আমেৰিকাত মোৰ মন্তব্যক লৈ বিজেপিয়ে মিছা প্ৰচাৰ কৰিছে। ভাৰত আৰু বিদেশত বসবাস কৰা প্ৰতিজন শিখ ভাই-ভনীক সুধিব বিচাৰো – মই কোৱা কথাখিনিত কিবা ভুল আছে নেকি? ভাৰত এনে এখন দেশ হ’ব নালাগেনে য’ত প্ৰতিজন শিখ আৰু প্ৰতিজন ভাৰতীয়ই কোনো ভয় নোহোৱাকৈ নিজৰ ধৰ্ম পালন কৰিব পাৰে?’’

বিজেপিক আঙুলি টোঁৱাই ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে বিজেপিয়ে সত্য সহ্য কৰিব নোৱাৰাৰ বাবেই বিজেপিয়ে মিছাৰ আশ্ৰয় লৈ তেওঁক নীৰৱ কৰিব বিচাৰিছে। অৱশ্যে ৰাহুল গান্ধীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ সদায় ভাৰতৰ মূল্যবোধ - বৈচিত্ৰ্য, সমতা আৰু প্ৰেমৰ ঐক্যৰ বাবে মাত মাতি থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ: জ্যেষ্ঠৰ আশীৰ্বাদেৰে নতুন বছৰক আদৰাৰ পৰম্পৰা