--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে একনাথ শিণ্ডেৰ মন্ত্ৰীসভাই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন কৰিছে। মুম্বাইত প্ৰৱেশ কৰা পাঁচোটা টোল গেটতে লঘু মটৰ গাড়ীৰ পৰা টোল কৰ সংগ্ৰহ কৰা নহ’ব। সোমবাৰৰ নিশা অৰ্থাৎ আজিৰ পৰা কাৰ্যকৰী হ’ব এই ব্যৱস্থা।


Mumbai Toll Tax Free: Toll tax will no longer be levied on these vehicles  coming to Mumbai, a big decision of Shinde cabinet Mumbai Toll Tax Free: मुंबई  आने वाली इन गाड़ियों
আচলতে সোমবাৰে ৰাজ্যৰ মন্ত্ৰীসভাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়, অনুমান কৰা হৈছে যে এইখন মহাৰাষ্ট্ৰ বিধানসভাৰ সৈতে শিণ্ডে মন্ত্ৰীসভাৰ অন্তিমখন বৈঠক। বৈঠকত লঘু বাহন চালকৰ সপক্ষে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। সোমবাৰে নিশা মাজনিশা ১২ বজাৰ পিছত বাশী, আইৰ’লি, মুলুণ্ড, দহিছাৰ আৰু আনন্দনগৰ টোলগেত লঘু বাহনৰ পৰা কৰ আৰোপ কৰা নহ’ব।

Maharashtra Eknath Shinde cabinet expansion next week | Maharashtra Cabinet  Expansion: महाराष्ट्र में होगा कैबिनेट विस्तार, जानिए शिंदे कैंप के कितने  MLA बन सकते मंत्री | Jansatta


লঘু বাহনসমূহৰ ভিতৰত টেক্সি, জীপ, ভান, সৰু ট্ৰাক, ডেলিভাৰী ভান ইত্যাদি। অৰ্থাৎ আজি ৰাতি ১২ বজাৰ পিছত মুম্বাইলৈ অহা লঘু বাহনসমূহে টোল কৰৰ পৰা সকাহ পাব ৷ এই সন্দৰ্ভত মহাৰাষ্ট্ৰৰ শিণ্ডে চৰকাৰৰ মন্ত্ৰী দাদাজী ভূছে কয়, "মুম্বাইত প্ৰৱেশৰ সময়ত দহিছাৰ টোল, আনন্দ নগৰ টোল, বৈশালী, আয়াৰোলি আৰু মুলুণ্ডকে ধৰি ৫ টা টোল প্লাজা আছে। ৪৫ টকা আৰু ৭৫ টকাকৈ পূৰ্বে এই টোলসমূহত চাৰ্জ লোৱা হৈছিল। ইয়াৰে প্ৰায় ৭০ লাখ গধুৰ বাহন আছিল, আৰু এতিয়া চৰকাৰে লঘু বাহনসমূহক ইয়াৰ পৰা ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে বহু মাহ ধৰি এই কাম চলি আছে আৰু আজি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ল ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ