--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মালায়ালাম চলচ্চিত্ৰ নিৰ্মাতা আলী আকবৰ আৰু তেওঁৰ পত্নী লুচিম্মাই হিন্দু ধৰ্ম গ্ৰহণ কৰিব। আকবৰে সামাজিক মাধ্যমৰ যোগেদি ব্যক্ত কৰিছে যে, ছ’চিয়েল মিডিয়া প্লেটৰ্ফমত বহুতো মুছলমান সম্প্ৰদায়ৰ লোকে হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰতিৰক্ষা কৰ্মচাৰী(চিডিএছ)ৰ প্ৰধান জেনেৰেল বিপিন ৰাৱটৰ মৃত্যু সম্পৰ্কীয় কিছু আপত্তিজনক পোষ্ট আৰু স্মাইলি ইম’জিৰে প্ৰতিক্ৰিয়া কৰাৰ বাবে তেওঁৰ ইছলামৰ এপৰত একেবাৰে বিশ্বাস হেৰাই গৈছে, যাৰ বাবে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷


চিত্ৰনিৰ্মাতাগৰাকীয়ে লগতে কয় যে, ইছলামৰ শীৰ্ষ নেতাসকলেও এজন সাহসী সামৰিক বিষয়াক অসন্মান কৰি বিভিন্ন পোষ্ট কৰিছে৷ আনকি জ্ঞানীসকলেও 'দেশবিৰোধী'ৰ এনেকাৰ্যৰ বিৰোধিতা কৰা নাই। তেওঁ কৈছিল যে, ধৰ্মৰ ওপৰত বিশ্বাস হেৰুৱাইছে আৰু ইছলাম ধৰ্ম ত্যাগ কৰাৰ এয়াই উপযুক্ত সময়৷

উল্লেখ্য যে, আকবৰে ইছলামধৰ্মী কুৰ্টা-পাইজামা দলিয়াই দিছে আৰু কোনেও যাতে তেওঁক ইছলাম সম্প্ৰদায়ৰ লোক বুলি পৰিচয় নিদিয়ে তাৰ বাবে তেওঁ এতিয়া সকলোকে অনুৰোধ কৰিছে, এতিয়াৰ পৰা তেওঁ এজন ভাৰতীয়৷ আলী আকবৰৰ এতিয়াৰ পৰা নতুন পৰিচয় হ’ব ৰামসিংহ৷ এতিয়াৰ পৰা তেওঁক ৰামসিংহ বুলি মাতিলেই ভাল পাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি