--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দীপাৱলীৰ পাছত মুম্বাইৰ বতাহত বিয়পিছে এতিয়া আতচবাজীৰ বিহ! ২৪ ঘণ্টাত ১৫০ কোটি টকাৰ আতচবাজী জ্বলালে মুম্বাইৰ নাগৰিকে৷ 

দীপাৱলীৰ নিশাটোৱে মুম্বাইত বায়ুৰ মানৰ ওপৰত পোনপটীয়াকৈ প্ৰভাৱ পেলাইছিল। ফলস্বৰূপে মুম্বাইত বায়ুৰ মান (একিউআই)ৰ স্তৰ পুনৰ অৱনমিত হৈছে। মুম্বাইত বায়ুৰ মানৰ স্তৰ ২৮৮ত উপনীত হৈছে।

মুম্বাইত এতিয়া বায়ুৰ মান কেনেকুৱা? 
যোৱা কেইদিনমানৰ পৰা মুম্বাইত বায়ুৰ স্তৰ দিনক দিনে অৱনতি ঘটিছে৷ ইয়াৰ উপৰি দেৱালীৰ সময়ত আতচবাজী বিস্ফোৰণৰ প্ৰৱণতা বৃদ্ধি হোৱাৰ বাবে বায়ুৰ মান অধিক অৱনতি হোৱা দেখা গৈছে৷

দেৱালীৰ পূৰ্বে অকাল বৰষুণৰ বাবে ধূলিৰ পৰিমাণ হ্ৰাস হোৱাৰ বাবে বায়ুৰ স্তৰ সামান্য উন্নত হৈছিল, কিন্তু দেৱালীৰ দিনা আতচবাজীৰ বাবে বায়ুৰ স্তৰ পুনৰ হ্ৰাস পাইছে।

আনকি দীপাৱলীত মাজনিশাৰ পাছতো বহু ঠাইত আতচবাজী চলি আছিল। ইয়াৰ প্ৰভাৱ মুম্বাইৰ বতাহত থকা প্ৰত্যক্ষভাৱে পৰিছে। মুম্বাইৰ বায়ুমণ্ডল এতিয়া ‘বিষাক্ত’ হৈ পৰিছে৷

মুম্বাইকে ধৰি উপ-নগৰ অঞ্চলত আতচবাজীৰ ফলত প্ৰদূষণ বৃদ্ধি পাইছে। যোৱা কেইদিনমানত অকাল বৰষুণৰ বাবে মুম্বাইত বায়ুৰ মান কিছু পৰিমাণে নিয়ন্ত্ৰণত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক