--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ এদিনীয়া বিশ্বকাপৰ প্ৰথমখন মেচ৷বুধবাৰে মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ ক্ৰিকেট ছেমি ফাইনেলৰ টিকটৰ কলা ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

আকাশ কোথাৰী নামৰ ব্যক্তিজনক মুম্বাই মহানগৰীৰ উত্তৰ প্ৰান্তৰ মালাদস্থিত ঘৰৰ পৰা জে জে থানাৰ এটা দলে আটক কৰি ৰাখিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। বিভিন্ন গ্ৰুপত প্ৰচাৰিত হোৱাটছএপৰ মেছেজ অনুসৰি ২৭ হাজাৰৰ পৰা ২.৫ লাখ টকাৰ ভিতৰত টিকট বিক্ৰী হৈছিল বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

বিষয়াগৰাকীয়ে কয় যে, "তেওঁ মূল খৰচৰ চাৰি-পাঁচগুণত টিকট বিক্ৰী কৰিছিল।ভাৰতীয় দণ্ডবিধিৰ ৪২০ আৰু ৫১১ ধাৰাত প্ৰতাৰণা আৰু অন্যান্য অপৰাধৰ অভিযোগ উত্থাপন কৰা হৈছে।"অভিযুক্ত ব্যক্তিজনে এই টিকটসমূহ ক’ৰ পৰা ক্ৰয় কৰিছিল সেই বিষয়ে জানিবলৈ আৰু এই ৰেকেটৰ সৈতে অধিক লোক জড়িত আছে নেকি সেই বিষয়ে তদন্ত চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক