--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত ভাৰত বনাম নিউজিলেণ্ডৰ ছেমি ফাইনেল। এই উপলক্ষে বুধবাৰে ৱানখেদে ষ্টেডিয়ামত তাৰকাৰ সমাৱেশ ঘটিছে। খেল চাবলৈ ৰজনীকান্ত আহিছে। লগতে উপস্থিত আছে ৰণবীৰ কাপুৰ আৰু আম্বানী পৰিয়াল।

ইয়াৰ উপৰিও প্ৰাক্তন ইংৰাজ ফুটবলাৰ ডেভিদ বেকহামে খেল চাবলৈ আহিছে। যদিও তেওঁ ইংলেণ্ডৰ খেলুৱৈ, বহুতে এই মেচত ভাৰতৰ সমৰ্থক বুলি ধৰা হৈছে। কাৰণ, এইবাৰ বেকহামে ইউনিচেফ ইণ্ডিয়াত কাম কৰিবলৈ আহিছে। এই খেলখনৰ বাবে বুধবাৰে প্ৰায় গোটেই দিনটো খেলপথাৰতে থাকিব। ইয়াৰ পিছত তেওঁ বলীউডৰ তাৰকাক লগ পাব।

অভিনেত্ৰী সোণম কাপুৰ আৰু তেওঁৰ স্বামী আনন্দ আহুজাই বেকহামৰ বাবে আয়োজন কৰিছে ঘৰুৱা পাৰ্টি। সোণমৰ স্বামী আনন্দ লণ্ডনৰ উদ্যোগপতি। স্বাভাৱিকতে তাত থকা অভিজাত মহলত তেওঁৰ যোগাযোগ আছে। সেয়ে বেকহাম ভাৰতলৈ আহিলে অতিথিক আমোদ দিয়াৰ সুযোগ হেৰুৱাব নিবিচাৰে অনিল-কন্যাই।

বৃহস্পতিবাৰে সোণমৰ মুম্বাইৰ ঘৰত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। তাত মাত্ৰ এমুঠিমান মানুহ থাকিব। শুনা গৈছে যে মুঠ অতিথিৰ সংখ্যা ২৫ জন। সোণমৰ গোটেই পৰিয়ালটো এতিয়া বেকহামৰ ৰৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক