--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা ১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰতে বিশ্বকাপৰ বিৰুদ্ধে ফাইনেল খেলিব। দেওবাৰৰ সেই মেচখনলৈ এতিয়া দেশবাসীয়ে অপেক্ষা কৰি আছে। ইফালে সেই মেচখনৰ সময়ত বলীউডৰ তাৰকা অমিতাভ বচ্চনৰ চকু দুটা ক’লা কাপোৰেৰে বান্ধি থবলৈ অনুৰোধ কৰিছে এজন অনুৰাগীয়ে৷

বুধবাৰৰ খেলখনত ভাৰতে জয়লাভ কৰাৰ পাছত বিগ বিয়ে নিজৰ ছ’চিয়েল মিডিয়া পেজত কয় যে তেওঁ ছেমি ফাইনেলত ভাৰতৰ খেলখন চোৱা নাছিল। অমিতাভে লিখিছে, "মই খেল নাচালেহে ভাৰত জয়ী হয়! " 

ইতিমধ্যে ছচিয়েল মিডিয়া পেজত ভাইৰেল হৈছে শ্বেহেনশৰ স্বীকাৰোক্তি। অমিতাভে এই কথা ফাদিল কৰাৰ পিছতে নেটত সক্ৰিয় হৈ পৰিছে ক্ৰিকেট অনুৰাগীসকল। তেওঁলোকৰ দাবী যে যদি অমিতাভে খেল নাচালে ভাৰতে মেচত জয়ী হয়, তেন্তে ফাইনেলৰ দিনা তেওঁৰ চকুত পটি বান্ধি ৰখা উচিত।

এজন অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত তেওঁৰ চকুত পটি বান্ধি থকা এখন ছবি পোষ্ট কৰি লিখিছে, “অমিতাভ ছাৰ, দেওবাৰটো এনেকৈয়ে কটাওক। নেটৱৰ্ক নথকা ঠাইত ব্যৱস্থা কৰক৷’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক