--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উইম্বলডন জয় কৰাৰ পিছত নোভাক জ’কভিচে চেণ্টাৰ ক’ৰ্টৰ ঘাঁহ মুখত লগাই মঞ্চক ধন্যবাদ জনায়। বাৰ্বাডোছৰ কেনচিংটন অ’ভেলত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপত জয়লাভ কৰি মাটি মুখত ল’লে ৰোহিত শৰ্মাই। তেওঁক টি-২০ বিশ্বকাপ দিয়া বাইশ গজৰ মাটিক কৃতজ্ঞতা জনায়৷ 

মেচখনত জয়লাভ কৰি কান্দি উঠে ৰোহিতে। সংবাদমেলত তেওঁ টি-২০ বিশ্বকাপৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। তেওঁ নিজেই কান্দিলে, আনকি অনুৰাগীয়েও এই খবৰ পাই চকুলো টুকিব নোৱাৰিলে।

২০২৩ চনৰ ১৯ ​​নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পিছত ৰোহিতে মূৰ নমাই খেলপথাৰ এৰি থৈ যায়। বাৰ্বাডোছে এই সন্মান ঘূৰাই আনে। আৰ্জেণ্টিনা ফুটবল ফেডাৰেচনৰ ভাৰতীয় পেজত লিয়নেল মেছিয়ে বিশ্বকাপৰ ট্ৰফী লৈ আগবাঢ়ি যোৱাৰ দৃশ্য প্ৰকাশ পাইছিল। মেছিৰ দৰে ভাৰতীয় অধিনায়কগৰাকীও কাষত বিশ্বকাপ লৈ সাৰ পাই উঠিল। সেই ছবিখন তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত পোষ্ট কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ