--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে শেহতীয়া টি-২০ বিশ্বকাপৰ শ্ৰেষ্ঠ একাদশ দলটো নিৰ্বাচিত কৰিছে। বিৰাট কোহলীয়ে আই চি চিৰ এই দলত স্থান নাপালে। বিৰাটে স্থান নাপালেও বিশ্ব চেম্পিয়ন ভাৰতীয় দলৰ ৬ গৰাকী ক্ৰিকেটাৰ আই চি চি দলত আছে।

আইচিচিৰ বিশেষজ্ঞসকলে প্ৰদৰ্শনৰ ভিত্তিত টি-২০ বিশ্বকাপৰ শ্ৰেষ্ঠ একাদশক বাছনি কৰিছে। ৰানাৰ্ছ চাউথ আফ্ৰিকাৰ কোনো ক্ৰিকেটাৰে শ্ৰেষ্ঠ এঘাৰ ভিতৰত স্থান নাপালে। আফগানিস্তানৰ তিনিগৰাকী ক্ৰিকেটাৰেও প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ উপৰিও ছুপাৰ এইট পৰ্যায়ত ৰাওনা হোৱা ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়াই প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ দলত এটাকৈ স্থান লাভ কৰে।

বিশ্ব ক্ৰিকেটৰ বহু ডাঙৰ নাম দলত স্থান নাপালে। বিৰাট কোহলীয়ে ফাইনেলত ৭৬ ৰানৰ ইনিংছ খেলিছিল। এইবাৰ অপৰাজিত হোৱাৰ পৰাই ভাৰত বিশ্বকাপ চেম্পিয়ন হ’ল। ৰোহিত শৰ্মাৰ দলৰ কেইবাগৰাকীও ক্ৰিকেটাৰে বেট বা বলেৰে সুন্দৰ প্ৰদৰ্শন কৰিছে। ৰোহিতৰ নেতৃত্বকো প্ৰশংসা কৰা হৈছে। সেয়ে আই চি চিৰ নিৰ্বাচকসকলে দলৰ নিৰ্বাচনত ভাৰতীয় ক্ৰিকেটাৰসকলৰ প্ৰদৰ্শনক সৰ্বোচ্চ গুৰুত্ব প্ৰদান কৰে।

শ্ৰেষ্ঠ আইচিচি একাদশ : ৰোহিত (অধিনায়ক), গুৰবাজ, পুৰাণ, সূৰ্য্যকুমাৰ, ষ্টয়নিছ, হাৰ্দিক, অক্ষৰ, ৰছিদ, বুমৰাহ, আৰ্ছদীপ, ফাৰুকী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ