--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এক অনন্য অভিলেখ গঢ়ে বিৰাট কোহলী আৰু কে এল ৰাহুলে। এদিনীয়া বিশ্বকাপৰ ইতিহাসত ভাৰতৰ সৰ্বোচ্চ চতুৰ্থ উইকেটৰ যুটীৰ কৃতিত্ব লাভ কৰিছে দুয়ো।

দুয়ো ১৪২ ৰান কৰি ১৯৯৬ চনৰ বিশ্বকাপত নৱজোত সিদ্ধু আৰু বিনোদ কাম্বলীয়ে চতুৰ্থ উইকেটত সংগ্ৰহ ৰাণ সংখ্যাক অতিক্ৰম কৰে।

উল্লেখ্য যে ইনিংছৰ আৰম্ভণিতেই ২ ৰাণত তিনিটা উইকেট হেৰুৱাইছিল ভাৰতে। কিন্তু ৰাহুল আৰু কোহলীৰ বাবেই শক্তিশালী স্থিতিত উপনীত হয় দলটো।
 
আনহাতে, বিশ্বকাপৰ বাদে এদিনীয়া খেলতে ভাৰতৰ সৰ্বোচ্চ চতুৰ্থ উইকেট অংশীদাৰিত্ব আছে অজয় ​​জাদেজা আৰু মহম্মদ আজহাৰুদ্দিনৰ নামত। দুয়ো  ১৯৯৮ চনত জিম্বাবুৱেৰ বিৰুদ্ধে  ২৭৫ ৰান কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু