--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কে এল ৰাহুলৰ সৈতে অংশীদাৰিত্বৰে মেচ বিজয়ী ইনিংছ খেলি মূল্যৱান ৮৫ ৰান সংগ্ৰহ কৰে। বিশ্বকাপৰ এই স্মৰণীয় ইনিংছটোৰ বিষয়ে অৱশেষত বিৰাট কোহলীয়ে মুখ মেলিলে। ব’ৰ্ডে পোষ্ট কৰা এটা ভিডিঅ’ত কোহলীয়ে নিজৰ অনুভৱ ব্যক্ত কৰে।

মেচৰ পিছদিনা কোহলীয়ে হোটেলৰ বাগিচাত ৰাহুলৰ লগত আড্ডা মাৰে কোহলীয়ে। তাত অষ্ট্ৰেলিয়াৰ মেচখন সন্দৰ্ভত কোহলীয়ে কয়- ''লক্ষ্য আছিল কম ৰান। কিন্তু বহু কথা নিৰ্ভৰ কৰিছিল আমি নিজকে গঢ়ি তুলিবলৈ কিমান বল খেলিবলৈ ইচ্ছুক আছিলো তাৰ ওপৰত। আৰম্ভণিতে আমাৰ কোনোৱেই বলৰ সংখ্যাৰ প্ৰতি গুৰুত্ব দিয়া নাছিল। মই ভাবি আছিলোঁ যে আগন্তুক শাৰীৰিক প্ৰত্যাহ্বানৰ সৈতে কেনেকৈ মোকাবিলা কৰিব পাৰি। যিকোনো ক্ৰিকেটাৰ তেতিয়া অলপ ভাগৰি পৰে।"

কোহলীয়ে লগতে কয়, ‘মই সৰু সৰু লক্ষ্য আগত লৈ আগবাঢ়ি আহিছিলো। সেইবোৰ পাৰ হৈ যোৱাৰ লগে লগে আমি লাহে লাহে লক্ষ্যৰ ফালে আগবাঢ়ি যাওঁ। মই ভাবো আমাৰ যুটিটোৰ এইটোৱেই আটাইতকৈ ডাঙৰ সফলতা।’’

ইয়াৰ পাছত কোহলীয়ে ক’লে, ‘আচলতে আমি দুয়ো পুৰণি কালৰ ক্ৰিকেট খেলাত মনোনিৱেশ কৰিছিলোঁ। মই কোনো ভুল বিচৰা নাছিলো। খুচুৰা ৰান কৰিব বিচাৰো। যিকোনো দলেই তেনেকুৱা জয় পাবলৈ ভাল পায়।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ