--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব বিশ্বকাপ ক্ৰিকেটৰ মেগা ফাইনেল। সমগ্ৰ দেশে এতিয়া ভাৰতৰ বিজয়ৰ বাবে  প্ৰাৰ্থনা জনাইছে। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত বনাম অষ্ট্ৰেলিয়াৰ ফাইনেললৈ বহুতকে আমন্ত্ৰণ জনোৱা হৈছে। খেলৰ দিনা ষ্টেডিয়ামত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী  আৰু এণ্টনি এলবানিজও উপস্থিত থাকিব বুলি আশা কৰা হৈছে।  কিন্তু ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীক  ফাইনেললৈ আমন্ত্ৰণ জনোৱা হোৱা নাই। 

গাংগুলী আহমেদাবাদতে উপস্থিত আছে,  কিন্তু তেওঁক বিশ্বকাপৰ মেগা ফাইনেললৈ আমন্ত্ৰণ জনোৱা হোৱা নাই! '২০ বছৰ আগতে দেশক ক্ৰিকেট বিশ্বকাপৰ ফাইনেললৈ লৈ যোৱা গাংগুলীক ফানেল খেল উপভোগ কৰিবলৈ আমন্ত্ৰণ নজনোৱাৰ কথাই এতিয়া বহুতকে আচৰিত কৰি তুলিছে।  কথাষাৰ বিশ্বাস কৰা কঠিন, কিন্তু সেয়াই সঁচা।   

নিৰ্ভৰযোগ্য সূত্ৰঅনুসৰি, সৌৰভ গাংগুলী  বৰ্তমান  আহমেদাবাদত আছে। তেওঁ  আইচিচিৰ সভাত অংশগ্ৰহণ কৰিবলৈ আহমেদাবাদলৈ  আহিছে।বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  গাংগুলীয়ে  আইচিচিৰ বৈঠকত অংশগ্ৰহণ কৰিয়েই পুনৰ  কলকাতালৈ  উভতি যাব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement