--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হঠাৎ ব্ৰিটেইনৰ ৰাজনীতিত দেখা গৈছে পৰিৱৰ্তন৷ তৎপৰ হৈছে প্ৰধানমন্ত্ৰী ঋষি সুনক৷ বৃটিছ সংসদত সালসলনি ঘটাইছে প্ৰধানমন্ত্ৰী ঋষি সুনকে৷ সোমবাৰে ব্ৰিটেইনৰ আভ্যন্তৰীণ মন্ত্ৰী চুৱেলা ব্ৰেভাৰমেনক বৰ্খাস্ত কৰে প্ৰধানমন্ত্ৰী ঋষি সুনকে৷ 

এটা চৰকাৰী সূত্ৰই কৈছিল চুৱেলাই আৰক্ষীয়ে পেলেষ্টাইনীপন্থী পদযাত্ৰা চম্ভালি থকা কাৰ্যক সমালোচনা কৰাৰ পাছত এই ব্যাপক পৰিৱৰ্তন দেখা গৈছে৷

ঋষি সুনকে তেওঁৰ আভ্যন্তৰীণ মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়ি গৈছিল আৰু তেওঁ চৰকাৰ এৰি যাবললৈ নিৰ্দেশ দিছে বুলি সূত্ৰটোৱে কয়।

চান টেবলইডৰ ৰাজনৈতিক সম্পাদকে কৈছিল যে বৈদেশিক সচিব জেমছ ক্লেভাৰ তেওঁৰ স্থানত স্থলাভিষিক্ত হ’ব।

যেতিয়া সুনকে তেওঁৰ মন্ত্ৰীদল সলনি কৰিবলৈ আৰম্ভ কৰিছিল, প্ৰাক্তন প্ৰধানমন্ত্ৰী ডেভিদ কেমেৰুনক ডাউনিং ষ্ট্ৰীটলৈ খোজ কাঢ়ি যোৱা দেখা গৈছিল, যাৰ ফলত তেওঁ চৰকাৰলৈ ঘূৰি আহিব বুলি অনুমান কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ