--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন প্ৰেমত পৰিছে প্ৰাক্তন মিছ ইণ্ডিয়া সুস্মিতা সেন। এই মুহূৰ্তত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ তথা আই পি এলৰ প্ৰাক্তন বিষয়া ললিত মোদীৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকাৰ বাতৰি লৈ সৰব চৰ্চালৈ আহিছে সুস্মিতা। পিছে,  সুস্মিতা সেন আৰু তেওঁৰ প্ৰেমক লৈ এয়াই প্ৰথম আলোচনা নহয়। ১৬ বছৰীয়া প্ৰেমিক ৰোহমান শ্বালৰ সৈতে প্ৰেম, তাৰ পিছত ব্ৰেক-আপ - এই সকলোবোৰে সংবাদ শিৰোনাম দখল কৰিছিল। বহুখিনি সময় দুয়ো একেলগে কটাইছে। কিন্তু ডিচেম্বৰৰ শেষৰ ফালে ৰোহমানৰ সৈতে সুস্মিতাই বিচ্ছেদৰ কথা মুকলিকৈ ঘোষণা কৰে।

বহুতে ভাবিছিল যে, ৰোহমানৰ সৈতে বিচ্ছেদৰ পিছত হয়তো এই মুহূৰ্তত বিশ্বসুন্দৰীয়ে কোনো নতুন সম্পৰ্কত পুনৰ জড়িত নহ’ব। কিন্তু সেই সকলোবোৰ চিন্তাক মিছা প্ৰমাণিত কৰি সুস্মিতা পুনৰ প্ৰেমত পৰিল। এসময়ৰ ৰোহমানৰ হাতত ধৰি প্ৰেমৰ পাতনি মেলা সুস্মিতা আজি ললিত মোদীৰ জীৱনসংগী।

কিন্তু এটা প্ৰশ্ন বাৰে বাৰে আহিছে, সুস্মিতা-ৰোহমানৰ বিচ্ছেদৰ আঁৰত কোন? কেনেবাকৈ ললিত মোদীয়েই নহয় জানো? জানিবলৈ পোৱা মতে, ২০১৩ চনৰ পৰা ললিতৰ সৈতে সম্পৰ্ক বজাই ৰাখিছিল সুস্মিতাই। সেইবাবেই হেনো ৰোহমান-সুস্মিতাই পৃথকে পৃথকে থকাৰ সিদ্ধান্ত লৈছিল। স্বাভাৱিকতে, এই কথাবোৰে এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে। নানা কটুক্তিৰে থকা-সৰকা কৰা হৈছে সুস্মিতা সেনক। প্ৰেম কৰিবলৈ গৈ প্ৰতাৰণা, তিক্ত সমালোচনাৰ সন্মুখীন হোৱা সুস্মিতাৰ প্ৰতিক্ৰিয়াৰ বাবে এতিয়া বাট চাইছে সকলোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ