--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি সদনত ২০২২-২৩ বৰ্ষৰ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।এইখন সীতাৰমণৰ কাৰ্যকালৰ ৪ৰ্থ খন বাজেট। এইবাৰ ২য় বাৰৰ বাবে ডিজিটেল বাজেট দাখিল কৰিলে সংসদত। দিনৰ ১১ বজাত সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে ২০২২ বৰ্ষৰ বাজেট। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটত কি কি আছে জানো আহক- ১)সামগ্ৰিক কল্যাণৰ লক্ষ্য লোৱা হৈছে বাজেটত ২)এবছৰত ২৫ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণৰ লক্ষ্য ৩)দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ 9.2 শতাংশ কৰাৰ লক্ষ্য ৪)অনাগত ২৫ টা বৰ্ষৰ বুনিয়াদ নিৰ্মাণ হ’ব এই বাজেটত ৫)ডিজিটেল বিশ্ববিদ্যালয় স্থাপনৰ লক্ষ্য ৬)আইটি খণ্ডক দিয়া হ’ব বিশেষ গুৰুত্ব ৭)ক’ভিডসৃষ্ট পৰিৱেশত মানুহৰ মানসিক স্বাস্থ্যৰ প্ৰভাৱত পৰিছে, মানসিক স্বাস্থ্যৰ ক্ষেত্ৰখনত দিয়া হ’ব বিশেষ গুৰুত্ব ৮)উত্তৰ-পূৱৰ উন্নতিৰ ক্ষেত্ৰত দিয়া হ’ব বিশেষ গুৰুত্ব, উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ১৫০০ কোটি ৯)দেশৰ জনতাৰ জীৱন শৈলীৰ উন্নীতকৰণৰ লগতে আন্তঃ গাঠনিৰ বিকাশত বিশেষ গুৰুত্ব ১০) কৃষি খণ্ডত জৈৱিক উৎপাদনত গুৰুত্ব ১১) সীতাৰমণৰ বাজেটত ডাকঘৰত এটিএমৰ প্ৰস্তাৱ ১২) বাজেটত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত আঞ্চলিক তথা মাতৃভাষাত অধ্যয়নৰ প্ৰস্তাৱ ১৩) বাজেটত এক দেশ এক পঞ্জীয়ন ব্যৱস্থাৰে সম্পত্তি ক্ৰয়ৰ ব্যৱস্থা ১৪) চাৰিশ বন্দে ভাৰত ৰে'ল চলোৱাৰ প্ৰস্তাৱ

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম