--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃজন্ম-মৃত্যু-বিবাহ কেতিয়া কাৰ কেনেকৈ হয় সেয়া হেনো কোনেও ক’ব নোৱাৰে। কিন্তু এইগৰাকী মহিলাই হয়তো ক’ব পাৰে তেওঁৰ পৰৱৰ্তী বিয়া খন কেতিয়া হ’ব। বিয়া পগলা এইগৰাকী মহিলাৰ চখেই হৈছে কাপোৰ সলোৱা দি দৰা সলোৱা। ইতিমধ্যে তেওঁ ১১ গৰাকী স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰিছে। এতিয়া তেওঁ ১২ নম্বৰ স্বামীৰ সন্ধানত ব্যস্ত আছে।

৫২ বছৰীয়া মনেট ডায়েছে  বিয়াত বহি খুব ভালপায়।  আমেৰিকাৰ এইমহিলাগৰাকীয়ে ১১ বাৰ বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছতো যেন বিয়া হোৱাৰ চখ পূৰণ হোৱা নাই। সেইবাবেই তেওঁ বিচাৰি আছে ১২ নম্বৰৰ দৰাগৰাকী।

এয়া কোনো কল্পকাহিনী বা চলচ্চিত্ৰৰ চিত্ৰনাট্য নহয়। মনেট দিয়াছৰ বাতৰি কেইবাটাও সংবাদ মাধ্যমত প্ৰকাশ পাইছে আৰু বিয়া পাগল হোৱা বাবেই তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

 তেওঁৰ এই চখৰ কথা টিএলচিৰ এক বিশেষ অনুষ্ঠানতো  দেখুওৱা হৈছে। অনুষ্ঠানটোৰ নাম 'বিবাহৰ প্ৰতি আসক্ত'  দিয়া হৈছিল। অনুষ্ঠানটোৰ এটা প্ৰমোও ওলাইছে। য'ত মোনেটে বাৰে বাৰে প্ৰেমত পৰাৰ কাহিনী বৰ্ণনা কৰি যায়। 

দৰা বিচাৰি তেওঁ হাৰ মানিবলৈ ইচ্ছুক নহয়, নতুন দৰা নোপোৱালৈকে তেওঁ ক্ষান্ত নহয়। মনেটে সেয়ে দ্বাদশ বিবাহৰ বাবে অপেক্ষা কৰি আছে। তেওঁ এগৰাকী সম্ভাৱ্য পাত্ৰও বিচাৰি পাইছে বুলি প্ৰকাশ কৰিছে।

মনেট ডায়েছে বৰ্তমান জন নামৰ এজন লোকৰ প্ৰেমত পৰিছে। কিন্তু দ্বাদশ বিয়াখন হ’ব কেতিয়া? ইয়াৰ বাবে অৱশ্যে কিছু সময়  অপেক্ষা কৰিব লাগিব বুলি মনেটে কৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র