--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ পিছত হঠাতে যিকোনো ব্যক্তিৰ জীৱনত বহু ডাঙৰ পৰিৱৰ্তন আহে। বিশেষকৈ এগৰাকী নাৰী বা ছোৱালীৰ জীৱনত বিয়াৰ পাছত বহু পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। বিয়াক লৈ ছোৱালীৰ মনত নানা চিন্তা-ভাৱনা থাকে, অলপ অলপ ভয়ো থাকে। এনে অৱস্থাত বহু সময়ত ছোৱালীয়ে বিয়াৰ আগতে গুগলত কিছুমান বস্তু চাৰ্চ কৰে। এক ইণ্টাৰনেট গৱেষণাত পোহৰলৈ আহিছে এই তথ্য। 

১)কাপোৰৰ বিষয়ে চাৰ্চ কৰেঃ বিয়াক লৈ ল’ৰাতকৈ ছোৱালীবোৰ বেছি উৎকণ্ঠিত হৈ থাকে। বিয়াৰ পূৰ্বে ছোৱালীয়ে গুগলত বেছিকৈ কাপোৰৰ বিষয়ে চাৰ্চ কৰে। ছোৱালীয়ে বিয়াৰ পিছত তেওঁলোকৰ সাজ-পোছাক কেনেকুৱা হ’ব লাগে সেই বিষয়েও চাৰ্চ কৰে। কাৰণ বিয়া হোৱাৰ পিছত ছোৱালীৰ সাজ-পোছাকত বৃহৎ পৰিৱৰ্তন ঘটে। গতিকে কাপোৰৰ বিষয়ে তেওঁলোকে বেছিকৈ সন্ধান কৰে।

২)বিয়া পতাৰ সঠিক বয়সঃ ছোৱালীবোৰে নিজৰ বিবাহক লৈ বৰ উৎসাহিত হয় যদিও তেওঁলোকৰ মনত এটা ভয় ভাৱ সোমায় থাকে। ছোৱালীবোৰে গুগলত প্ৰায়ে চাৰ্চ কৰে বিয়াৰ বাবে উপযুক্ত বয়স কিমান। কাৰণ বহু ছোৱালীৰ ঘৰত ১৮-২০ বছৰ হ'লেই বিয়াৰ বাবে হুলস্থূল লগায় আৰু আত্মীয়বোৰেও ছোৱালীজনীক বিয়া দিবলৈ হেঁচা প্ৰয়োগ কৰে গতিকে তেওঁলোকে প্ৰায়ে গুগলত চাৰ্চ কৰে বিয়া পতাৰ সঠিক বয়স কিমান।

৩)স্বামীক কেনেকৈ সুখী কৰি ৰাখিব পাৰিঃ বিয়াৰ পাছত নতুন ঘৰখনত থাকি কেনে অনুভৱ হব তাক লৈ প্ৰায়ে চিন্তাত পৰে ছোৱালীবোৰ। এই বাবেই তেওঁলোকে গুগলত সন্ধান কৰে যে বিয়াৰ পিছত স্বামীক কেনেকৈ সুখী কৰি ৰাখিব পাৰি। ইয়াৰ উপৰি ছোৱালীয়ে গুগলত শাহুৱেকক সুখী কৰি ৰখাৰ টিপচ বিচাৰিও হাবাথুৰি খায়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ