--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ঘৰখন চকুতলগা কৰি তুলিবলৈ আপুনি হয়তো বহু ধৰণৰ গছ ঘৰৰ ভিতৰে-বাহিৰে ৰোপণ কৰে৷ কিন্তু আপুনি জানেনে এনে কিছুমান গছো আছে যি সৌন্দৰ্যবৰ্ধন কৰে, কিন্তু কঢ়িয়াই আনে ঘৰখনৰ বাবে অশনি সংকেত। জানো আহকচোন কি কি গছে আপোনাৰ ঘৰখনৰ বাবে অনুপযোগী?

 ১. কাঁইটযুক্ত গছসমূহ ঘৰত ৰখা অনুচিত

বহুতেই ঘৰখন সজাবৰ বাবে কাঁইটযুক্ত কেকটাছ ব্যৱহাৰ কৰে৷ আপুনি হয়তো নাজানে যে এনে গছে ঘৰলৈ অমংগল কঢ়িয়াই আনিব পাৰে! সেয়ে যদি এনে গছ আপোনাৰ ঘৰত আছে আজিয়েই সেইসমূহ দূৰ কৰক।

 ২. ঘৰত কেতিয়াও খৈৰ গছ ৰখা উচিত নহয়৷যদি এই ঘৰ আপোনাৰ ঘৰত আছে, আজিয়েই আঁতৰাই থওঁক৷ কাৰণ, বাস্তুশাস্ত্ৰ অনুসৰি গছে আপোনাৰ ঘৰলৈ অমংগল কঢ়িয়াই আনিব পাৰে৷

 ৩. আপোনাৰ ঘৰত থকা গোল নেমুৰ গছজোপাও আপোনাৰ বাবে অপকাৰী হব পাৰে৷ এই গছে বিভিন্ন সমস্যাৰ উদ্ভ কৰিব পাৰে৷ আনকি অৰ্থনৈতিক সমস্যাৰো সৃষ্টি কৰিব পাৰে৷ সেয়েহে এনে গছ ঘৰৰ পৰা দূৰত ৰাখি আপুনি নিশ্চিন্ত হওঁক৷

 ৪. আপোনাৰ ঘৰত কেতিয়াও বটগছ ৰোপণ নকৰিব৷ এই গছো আপোনাৰ ঘৰখনৰ বাবে বিপজ্জনক হব পাৰে৷

৫. আমলখি স্বাস্থ্যৰ বাবে উপযোগী যদিও এই গছ ঘৰৰ চৌহদত থাকিলে গৃহস্থৰ নানান অপায়-অমংগল হোৱাৰ সম্ভাৱনা থাকে৷ সেয়েহে বাস্তুশাস্ত্ৰ অনুসৰি এই গছ নথকাটোৱেই ভাল বুলি ক’ব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ