--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বন ৰজাৰ আজৱ কাণ্ড! অৰণ্যত বুকু ফিন্দাই মুক্ত বিচৰণ কৰি ফুৰা সিংহৰ নাভূত-নাশ্ৰুত কাণ্ডই সম্প্ৰতি চৰ্চা লাভ কৰিছে। অৰণ্যৰ আন প্ৰাণীয়েও ভীতি-সন্ত্ৰস্ত হৈ থাকে বন ৰজাৰ বাবে। কিন্তু অৰণ্যত দপদপাই থকা বন ৰজা এইবাৰ পালেগৈ শৌচালয়।

মানুহে ব্যৱহাৰ কৰা শৌচালয়ত প্ৰৱেশ বন ৰজাৰ। এইবাৰ বনাঞ্চলতে যেন স্বচ্ছতাৰ অভিযান চলিছে। আচহুৱা যেন লাগিলেও তেনে এক কাণ্ডই শেহতীয়াকৈ সংঘটিত হৈছে। ঘটনাটোৰ ভিডিঅ' ফুটেজটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টো ৱাইল্ডলেঞ্চ ইক’ ফাউণ্ডেশ্যন নামৰ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে তেওঁৰ নিজৰ একাউণ্টত শ্বেয়াৰ কৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ লিখে, ‘ৰাজহুৱা শৌচালয় মানুহে ব্যৱহাৰ কৰোতে মানুহ সাৱধান হ'ব লাগে। কি ঠিক শৌচালয়ত বন্য জন্তুও থাকিব পাৰে।’ মাত্ৰ এক মিনিটৰ ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে-লগে টুইটাৰ একাউণ্টটোত কমেণ্টৰে ভৰি পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ