--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অসমৰ যুৱ-প্ৰজন্মৰ অতিকৈ জনপ্ৰিয় কণ্ঠশিল্পী হ'ল দীপলীনা ডেকা৷ নিজৰ সুৰীয়া কণ্ঠেৰে হাজাৰ-হাজাৰ শ্ৰোতা দৰ্শকক মন্ত্ৰমুগ্ধ কৰি আহিছে দীপলীনাই৷ ‘মিছন চাইনা’ চিনেমাখনৰ জৰিয়তে লাইমলাইটলৈ অহা দীপলীনাই অসমীয়া সংগীত জগতক উপহাৰ দি গৈছে ইটোৰ পিছত সিটো জনপ্ৰিয় গীত৷ নিজৰ গীতসমূহত অভিনয় কৰিও তেওঁ দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখিছে৷ ছ'চিয়েল মিডিয়াতো অতি সক্ৰিয় থাকে কণ্ঠশিল্পীগৰাকী৷

মানপত্ৰ

শেহতীয়াকৈ দীপলীনা ডেকাই লাভ কৰিছে এক বিশেষ বঁটা৷ ‘দিছপুৰ প্ৰেছ ক্লাব’-এ 'উদীয়মান কণ্ঠশিল্পী ২০২১' বঁটাৰে সন্মানিত কৰিছে দীপলীনা ডেকাক৷ এই বঁটাক 'জীৱনৰ প্ৰথমটো বঁটা' বুলি অভিহিত কৰিছে দীপলীনাই৷

বঁটাৰ সৈতে দীপলীনা

বঁটাৰ সৈতে বিভিন্ন আকৰ্ষণীয় ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি দীপলীনা ডেকাই লিখিছে, ''জীৱনৰ প্ৰথমটো বঁটা৷ 'উদীয়মান কণ্ঠশিল্পী ২০২১'
ধন্যবাদ দিছপুৰ প্ৰেছ ক্লাব, আপোনালোকৰ এই স্বীকৃতিয়ে মোক আৰু অধিক দায়িত্বশীল কৰি তুলিলে, নিজৰ কৰ্মৰ প্ৰতি সমান্তৰালভাবে সমাজৰ প্ৰতি৷৷''
দীপলীনা ডেকাৰ এই সফলতাত শুভকামনা আৰু অভিনন্দনেৰে উপচাই তুলিছে তেওঁৰ অনুৰাগীসকলে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ