--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : শৰতৰ আগমনৰ লগে লগেই আৰম্ভ হয় উৎসৱৰ বতৰ৷ শেৱালীৰ সুৱাসে কঢ়িয়াই আনে দুৰ্গোৎসৱৰ আগজাননী৷ এই দুৰ্গোৎসৱত বহুতেই পালন কৰে নৱৰাত্ৰী৷ ২০২১বৰ্ষৰ নৱৰাত্ৰীৰ দিন ৯অক্টোবৰ বৃহস্পতিবাৰে আৰম্ভ হৈছে আৰু ১৫অক্টোবৰ, শুক্ৰবাৰে অন্ত পৰিব৷

নৱৰাত্ৰী এই ৯টা দিন অত্যন্ত পবিত্ৰ দিন হিচাপে মনা হয়। ৯টা দিনৰ ব্ৰত পালন কৰি জীৱনলৈ বহু সলনি কৰি দিব পাৰে বুলি বিশ্বাস আছে। এই নৱৰাত্ৰি ব্ৰতৰ শক্তি বহু বেছি৷ আমাৰ হিন্দু সমাজৰ মাজত পালন কৰা হয় নৱৰাত্ৰিৰ ৯টা পবিত্ৰ দিন, ৯টা পবিত্ৰ ৰাতি। ১০নম্বৰৰ দিনটো দশেৰা বা দশমী বুলি কোৱা হয়। দেৱীৰ প্ৰতি ভক্তি থকাসকলে এই ৯টা দিন ব্ৰত মানি সংযত অৱস্থাত, নিৰামিষ ভোজন কৰি , দেৱীৰ চৰণত দেৱীৰ নামত, এই ৯টা দিন উৎসৰ্গিত কৰে, তেন্তে জীৱনত বহু সালসলনি হব পাৰে বুলি বিশ্বাস আছে৷

২০২১বৰ্ষৰ মহালয়া পৰ্ব আৰম্ভ হ'ব ১৯আহিন, ৬অক্টোবৰ, বুধবাৰে। এইবাৰ মা দূৰ্গাৰ আগমন হ'ব ঘোঁৰাত আৰু গমন হব, দুলাত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ