--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জানিব পৰা মতে কোনো ধৰণৰ বৈধ নথি পত্ৰ অবিহনে আজি দীৰ্ঘদিন ধৰি মেঘালয়ৰ পৰা অসমলৈ সৰবৰাহ হৈ আহিছে বাৰ্মিজ চুপাৰী।

ডিজিটেল ডেস্ক: বাৰ্মিজ চুপাৰী সৰবৰাহ কৰা বাবে পলাশবাৰী আৰক্ষীয়ে তিনিজন লোকক আটক কৰা লগতে জব্দ কৰিলে ছুপাৰিভৰ্তি এখন বাহন। 


মেঘালয়ৰ পৰা আহি থকা অৱস্থাত সীমামূৰীয়া দেউপানী অঞ্চলত এক গোপন সূত্ৰৰ পম খেদি পলাশবাৰী আৰক্ষীয়ে ধৰিবলৈ সক্ষম হ'ল ৪৫ বেগ চুপাৰী কঢ়িয়াই অনা AS 01 SC 0183 নম্বৰ এখন বলেৰো পিকাপ ভেন।


লগতে ৩জন লোকক ধৰিবলৈ সক্ষম হয়। জানিব পৰা মতে কোনো ধৰণৰ বৈধ নথি পত্ৰ অবিহনে আজি দীৰ্ঘদিন ধৰি মেঘালয়ৰ পৰা অসমলৈ সৰবৰাহ হৈ আহিছে বাৰ্মিজ চুপাৰী।


অৱশেষত আজি পলাশবাৰী আৰক্ষীয়ে ধৰিবলৈ সক্ষম হ'ল এই বাহনখন।


বাহনখনৰ লগত তিনিজন লোকক ধৰিবলৈ সক্ষম হৈছে যদি এই চোৰাং চুপাৰীৰ বেহাৰ লগত কোন কোন জড়িত আছে পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ