--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিপৰীতে গাড়ীখনৰ চালক মেহবুব আলম পলাই যাবলৈ সক্ষম হয়। ইতিমধ্যে চোৰাং গৰু ব্যৱসায়ৰ লগত জড়িত তিনিওকে জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে।

ডিজিটেল ডেস্ক: মৰিগাঁৱৰ মিকিৰভেটা আৰক্ষীয়ে ৩০ টাকৈ চোৰাংগৰুসহ ৩ জন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়।


মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজ্যোতি শৰ্মাৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি ধিং ৰূপহীৰ পৰা AS 02 DC 0674 নম্বৰৰ এখন ট্ৰাকত ৩০ টাকৈ গৰু ভৰাই মৰিগাঁও অভিমুখে আহি থকা সময়ত চোৰাং গৰুৰ লগতে এই চোৰাং গৰু ব্যৱসায়ৰ লগত জড়িত ছায়াদুল বাছাৰ , দিলদাৰ হুছেইন আৰু জালালুদ্দিন নামৰ তিনিজন ব্যৱসায়ীক আটক কৰা হয়।


বিপৰীতে গাড়ীখনৰ চালক মেহবুব আলম পলাই যাবলৈ সক্ষম হয়। ইতিমধ্যে চোৰাং গৰু ব্যৱসায়ৰ লগত জড়িত তিনিওকে জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ