--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে পৰিয়ালসহ বিদেশ ভ্রমণলৈ ওলাইছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে নিশা নেদাৰলেণ্ডলৈ ৰাওনা হোৱা মুখ্যমন্ত্ৰীগৰাকী অহা ১২ এপ্রিলতহে অসমলৈ ঘূৰি আহিব। 

চৰকাৰী কাৰ্যসূচী নোলোৱাকৈ সম্পূর্ণ ব্যক্তিগত ভ্রমণসূচীৰে নেদাৰলেণ্ডলৈ ওলোৱা মুখ্যমন্ত্রী সোমবাৰে নিশা দিল্লীৰ পৰা উৰা মাৰে। উল্লেখযোগ্য যে ৰাজ্যত অহা দুই আৰু সাত মে'ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে।

মুখ্যমন্ত্ৰী ড° শৰ্মাই অহা ১২ এপ্রিলত অসমলৈ ঘূৰি অহাৰ এদিনৰ পূৰ্বেই পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ প্ৰক্ৰিয়াও সমাপ্ত হ'ব। ইয়াৰ পাছতে অনুষ্ঠিত হ'ব অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি। অৱশ্যে বিহুৰ আগে আগে মুখ্যমন্ত্রী অসমত আহি উপস্থিত হ'বহি।

উৎস- দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক